• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত নলবাৰীত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জোঁৰ সমদল

NE NOW NEWS এন ই নাও নিউজ
নলবাৰী , May 10, 2018 9:55 pm

1 min read

জোঁৰ সমদল
178
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ জৰিয়তে অবৈধ বাংলাদেশীৰ বোজা জাপি দিব বিচৰা কাৰ্যৰ প্ৰতিবাদত আৰু বিধেয়কখন বাতিলৰ দাবীত আজি সন্ধিয়া সাত বজাত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী চহৰত এক বিশাল জোঁৰ সমদল উলিওৱা হয়।

এই জোঁৰ সমদল কাৰ্যসূচীত নলবাৰী জিলা প্ৰেছ ক্লাৱ, জিলা সাংবাদিক সন্ধা, আপকুকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত শ শ ছাত্ৰ কৰ্মী, যুৱক, বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে হাতত জোঁৰ লৈ নলবাৰী চহিদ ভৱনৰ পৰা সমদল কৰে।

সমদলকাৰী সকলে ‘আহ ঐ আহ ওলাই আহ, অসমীয়া জাতিলৈ আহিছে অশনি সংকেত, নাগৰিকত্ব আইন বাতিল কৰক, ধৰ্মক লৈ ৰাজনীতি বন্ধ কৰক, বিজেপি গ’ বেক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰক, মুখ্য মন্ত্ৰীয়ে মৌনতা ভংগ কৰক’ আদি প্ৰতিবাদী শ্ল’গানৰে নলবাৰীৰ সমগ্ৰ আকাশ-বতাহ প্ৰতিবাদী ধ্বনিৰে মুখৰিত কৰি তোলে।

আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমত কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত হ’বলৈ দিয়া নহ’ব বুলি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd