DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নগাঁও জিলা কবি সন্মিলনৰ স্মাৰক পত্ৰ উপায়ুক্তক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2018 4:28 pm
c3592b1d-d86f-43a4-8254-d854fa660897
121
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি সদৌ অসম কবি সন্মিলনে আজি প্ৰতিখন জিলাত ভাৰত চৰকাৰৰ যুটীয়া সংসদীয় সমিতিলৈ উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

সেইদৰে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনেও জিলাখনৰ উপায়ুক্তক বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।

সভাপতি প্ৰদীপ শইকীয়া, উপদেষ্টা পৰাণ কুমাৰ বৰুৱা, মোলান লষ্কৰ, কৈলাশ কুমাৰ ৰাজখোৱা, জেউতি হাজৰিকা, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মদাৰজ্যোতি, কাৰ্যনিৰ্বাহক সঞ্জীৱ সাগৰ চৌধুৰী,  জিলা সহকাৰী সম্পাদক দীপানজু বৰা, দীপজ্যোতি কাকতি, বাৰপূজীয়া কবিতা নিকেতনৰ সম্পাদক হেমন্ত নাথ , জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰবী লিগিৰা প্ৰমুখ্যে সন্মিলনৰ আন নেতৃবৃন্দৰ উপস্থিতিত স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

smarak patra nagaon

বিধেয়কৰ তীব্ৰ বিৰোধ কৰাৰ কাৰণ সমূহ নগাঁও জিলা কবি সন্মিলনিয়ে পাঁচটা দফাত স্মাৰক পত্ৰখনৰ জৰিয়তে উল্লেখ কৰে।

স্মাৰক পত্ৰখনত উল্লেখ কৰা দাবী সমূহ হ’ল অসমৰ ভাষিক গাঁথনিত পৰিব পৰা বিৰূপ প্ৰভাৱ, খিলঞ্জীয়া ভূমিপুত্ৰৰ আৰ্থ ৰাজনৈতিক অধিকাৰ সংকুচিত কৰি প্ৰব্ৰজিত বিদেশীৰ প্ৰভাৱ বিস্তাৰৰ বাট সুগম কৰা,  অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ অসম চুক্তিক ধুলিস্যাৎ কৰা, অসমৰ বৈচিত্ৰময় সাংস্কৃতিক স্বকীয়তাক নিঃশেষ কৰা আৰু ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অসমলৈ অহা বিদেশী নাগৰিকক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ প্ৰক্ৰিয়াক এই বিধেয়কে মষিমূৰ কৰিব।

ইয়াৰ উপৰি অসমীয়া জাতিৰ বাবে স্পৰ্শকাতৰ বিষয় সমূহৰ ষডযন্ত্ৰহেন বিধেয়কখনৰ বিৰোধিতা কৰি ইয়াক পৰিহাৰ কৰিবলৈ সদৌ অসম কবি সন্মিলনে স্মাৰক পত্ৰৰ জৰিয়তে সজোৰে দাবী জনায়৷

Recent News

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd