• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰীক সুৰক্ষা প্ৰদানৰ দাবীত হাতে হাতে প্লে-কাৰ্ড লৈ ওলাই আহিল চলচ্চিত্ৰ শিল্পীসমাজ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 28, 2018 9:13 pm
Film Artist Protest against rape
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত দৈনিক বৃদ্ধি পাই অহা ধৰ্ষণৰ ঘটনাই ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে। মহিলাসকলক নিৰাপত্তা প্ৰদানৰ দাবীত তথা ধৰ্ষণকাৰীক উচিত শাস্তি প্ৰদানৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ-আন্দোলন হৈ থকাৰ সমান্তৰালকৈ আজি চলচ্চিত্ৰ জগতৰ শিল্পীসমাজেও ধৰ্ষণকাৰীৰ বিৰুদ্ধে তথা মহিলাসকলক নিৰাপত্তা প্ৰদানৰ দাবীত সমদল উলিয়াই।

আজি মহানগৰীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰৰ পৰা চলচ্চিত্ৰ শিল্পীসমাজে নাৰীসকলক নিৰাপত্তা প্ৰদানৰ দাবীত এক প্ৰতিবাদী সমদল উলিওৱা দেখিবলৈ পোৱা যায়।

Apply Now

এই প্ৰতিবাদী সমদলত অসমৰ বহুকেইগৰাকী আগশাৰীৰ অভিনেতা-অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰি ধৰ্ষণকাৰীসকলক একেমুখে গৰিহনা দিয়াৰ লগতে নাৰীসকলক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰক কঠোৰ আইন প্ৰণয়ন কৰাৰ বাবে আহ্বান জনায়।

সমদলটোত অংশগ্ৰহণ কৰা বৰ্ষাৰাণী বিষয়াই সংবাদ মাধ্যমক কয় ‘আমি এনেকুৱা এখন আইন বিচাৰিছো যাতে ভবিষ্যতে আমাৰ লগত এনেকুৱাধৰণৰ কাণ্ডবোৰ নহওঁক। বৰ্তমান পৰিস্থিতিত নাৰীসকলে সম অধিকাৰৰ কথা চিঞঁৰি থাকিলেও তেওঁলোকৰ যেন জীয়াই থকাৰ অধিকাৰই নাইকিয়া হৈ গৈছে।‘

ইয়াৰোপৰি এই প্ৰতিবাদী ৰেলীত অংশগ্ৰহণ কৰা চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা দীপক কুমাৰ ৰয়ে সংবাদ মাধ্যমক ক্ষোভ উজাৰি কয়, ‘এনেধৰণৰ অপৰাধীক কৰায়ত্ত কৰাৰ লগে লগে চৰকাৰে বিবেচনা কৰি চৰম শাস্তি প্ৰদান কৰিব লাগে। দুবছৰ অথবা ছবছৰ অপৰাধীক কাৰাগাৰত ৰাখি পুনৰ আকৌ মুকলি আকাশৰ তললৈ ওলাই অহাৰ সুযোগ দিব নালাগে।’

চলচ্চিত্ৰজগতৰ শিল্পীসকলে ধৰ্ষণকাৰীৰ ওপৰত ফাৰ্ষ্টট্ৰেক আদালত ব্যৱস্থাগ্ৰহণ কৰিবলৈ আহ্বান জনাই এখন চিঠি লিখি তাত ৰাইজৰ স্বাক্ষৰ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰিব বুলি অভিনেত্ৰী আইমী বৰুৱাই জানিবলৈ দিয়ে।

আনহাতে নিশিতা গোস্বামীয়ে কয়, ‘অপৰাধীক যদি চৰকাৰৰ কঠোৰ শাস্তি প্ৰদান কৰাৰ সাহস নাই তেন্তে ৰাইজৰ হাতত ধৰ্ষণকাৰীক গতাই দিব লাগে। আমি চলচ্চিত্ৰজগতৰ লোকসকল ওলাই আহিছো যাতে চৰকাৰ তথা প্ৰশাসনে ধৰ্ষণকাৰীসকলক জেললৈ প্ৰেৰণ কৰি ফ্ৰী ভাত নুখুৱাই পোনপটীয়াকৈ ফাঁচি দিয়াৰ ব্যৱস্থা কৰে।’

অভিনয় ক্ষেত্ৰৰ সৈতে জড়িত প্ৰায় ৩ শতাধিক লোকে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি ধৰ্ষণকাৰীক চৰম শাস্তি প্ৰদানৰ দাবী তোলে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd