DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিপা ভাইৰাছৰ সন্দেহজনক সংক্ৰমণত মৃত্যু হ’ল শিৱসাগৰৰ যুৱক মনোজ শইকীয়াৰ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
June 3, 2018 7:41 pm
nipah virus in assam
82
VIEWS
Share on FacebookShare on Twitter

সন্ত্ৰাস সৃষ্টি কৰা নিপা ভাইৰাছ ( Nipah virus )ৰ সংক্ৰমণত শিৱসাগৰৰ গৌৰীসাগৰৰ মনোজ শইকীয়া (৩৭ বছৰীয়া) নামৰ এজন লোকে ২ জুনত কেৰালাত প্ৰাণ হেৰুৱাব লগা হৈছে।

জানিব পৰা মতে কেৰালাৰ কন্নৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে শইকীয়াৰ মৃত্যু হয়। কেৰালাত ষ্টাৰব’ৰ্ড নামৰ কোম্পানি এটাত কৰ্মৰত শইকীয়া যোৱা ২৯ মে’ৰ পৰা জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ মৃত্যু হোৱা বাবে তেওঁ নিপা ভাইৰাছৰ সংক্ৰমণত ভুগিছিল বুলি সন্দেহ কৰা হৈছে।

কোম্পানিটোত কৰ্মৰত অসমৰ আন কেইজনমান যুৱকে মনোজক চিকিৎসালয়ত ভৰ্ত্তি কৰিছিল যদিও ২ জুনৰ পুৱা চাৰে আঠ বজাত মনোজৰ পত্নী ৰিণু গগৈ শইকীয়াক ফ’নযোগে মৃত্যুৰ খবৰটো দিয়ে।

ৰিণু গগৈ শইকীয়াই জানিবলৈ দিয়া মতে পোন্ধৰ দিন পূৰ্বে কোম্পানিটোত কাম কৰিবৰ বাবে লখিমপুৰৰ পৰা যুৱকজন ট্ৰেইনযোগে ৰাওনা হৈছিল।

ধেমাজি জিলাৰ গোগামুখৰ দেউৰী বৰবাম  দিহিঙীয়া গাঁৱৰ বৰদেউতাকৰ ঘৰত পিতৃ-মাতৃৰ বিয়োগৰ পিছৰে পৰা  যোৱা কিছু বছৰ ধৰি  আছিল পেছাত গাড়ীচালক মনোজ। শিৱসাগৰৰ গৌৰীসাগৰ ভগামুখ মাজনৰা পেকমনিয়া গাঁৱৰ  মনোজ প্ৰয়াত ইন্দ্ৰেশ্বৰ শইকীয়া আৰু যোগদা শইকীয়াৰ একমাত্ৰ পুত্ৰ আছিল।

সুদক্ষ ফুটবল আৰু ভলীবল খেলুৱৈ তথা ভিতৰুৱাল উদয়ন যুৱক সংঘৰ সদস্য মনোজ শইকীয়াৰ মৃত্যুত  অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd