DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

 নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনিৰ মাজত শিলচৰত উপস্থিত জে পি চিৰ সদস্যসকল

শিবাশীষ চক্ৰৱৰ্তী by শিবাশীষ চক্ৰৱৰ্তী
May 8, 2018 7:03 pm
joint-parliamentary-committee200
93
VIEWS
Share on FacebookShare on Twitter

ৰাজেন্দ্ৰ অগ্ৰৱালৰ নেতৃত্বাধীন ২৬ জনীয়া যুটীয়া সংসদীয় কমিটীৰ সদস্যসকল মঙলবাৰে আবেলি আহি শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানঘাটিত উপস্থিত হয়। নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনিৰ মাজত দলটোক শিলচৰ এন আই টিলৈ লৈ যোৱা হয়। এই স্থানতেই শুনানি গ্ৰহণ কৰাৰ যাৱতীয় প্ৰস্তুতি কৰা হৈছে।

মঙলবাৰে আবেলি ২-৩০ৰ পৰা ৫-০০ বজালৈকে কৰিমগঞ্জ জিলাৰ ২০৩টা সংগঠন আৰু আৰু হাইলাকান্দি জিলাৰ পৰা ৮৪টা সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে নিজৰ মতামত প্ৰদান কৰাৰ কথা। আনহাতে ৯ মে’ত কাচাৰ জিলাৰ ১৫৩টা সংগঠনে  যুটীয়া সংসদীয় কমিটীৰ ওচৰত নিজৰ মতামত ব্যক্ত কৰিব।

ইতিমধ্যে, চহৰখনৰ বিভিন্ন অংশৰ লগতে এন আই টিৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। এই ৰায়দানৰ সময়ত ঘটিব পৰা সাম্ভাব্য অনাকাংখ্যিত পৰিস্থিতি ৰোধ কৰা বা নিয়ন্ত্ৰণ কৰাৰ বাবে জনসাধাৰণৰ চলাচল তথা সামগ্ৰিকভাৱে দৈনন্দিন জীৱনশৈলীৰ ওপৰত চি আৰ পি এফৰ জোৱানসকলে কাঢ়া নজৰ ৰাখিছে।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd