• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

নিৰ্বাচনী সমাবেশত ভাগ লৈ বিজেপিক কঠোৰ সমালোচনা মাণিক সৰকাৰৰ

NE NOW NEWS পান্না ঘোষ
ইম্ফল , February 7, 2018 10:10 pm

1 min read

MANIKSARKAR

ফাইল ফটো

72
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী মাণিক সৰকাৰে আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত শাষনাধিস্ত বাওঁ মৰ্চাক পুনৰ চৰকাৰ গঠনৰ সুযোগ দিবলৈ আহ্বান জনায়।

বুধবাৰে কৈলাচহৰ আৰু চাণ্ডিপুৰত অনুষ্ঠিত দুখন জন সমাবেশক সম্বোধন কৰি চিপিএমৰ তাৰকা প্ৰচাৰক গৰাকীয়ে এই আহ্বান জনায়।

মন কৰিব লগীয়া যে কৈলাচহৰত সাধাৰণতে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ মূৰব্বী বিৰজিত সিংহই জয়ী হৈ অাহিছে।

বিজেপিক সমালোচনাৰ লক্ষ্য কৰি লৈ মাণিক সৰকাৰে কয় যে তেওঁলোকে ৰাজ্যখনক পুজিঁৰ পৰা বঞ্চিত কৰি আহিছে।

ইয়াৰ উপৰি ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী গৰাকীয়ে বিজেপি তথা আৰএছএছএ ৰাজ্যখনত বিভাজনৰ ৰাজনীতি খেলাৰ চেষ্টা চলাই আহিছে বুলি অভিযোগ তোলে।

উল্লেখযোগ্য যে ত্ৰিপুৰাত আগন্তুক নিৰ্বাচনলৈ কেইটামান দিন বাকি থকা অৱস্থাতে বহু জনগোষ্ঠীয় ভোটাৰে গেৰুৱা দলটোত যোগদান কৰিছে।

নেতাজনে বিজেপি আৰু আৰএছএছএ ইণ্ডিজেনাছ পিপ’লছ ফ্ৰ’ণ্ট অব ত্ৰিপুৰা সৈতে লগ লাগি বিভাজনৰ ৰাজনীতি চলোৱা বুলি অভিযোগ তুলি দলটোক কঠোৰ সমালোচনা কৰে।

 

Recent News

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd