DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচন আয়োগত বিসংগতিপূৰ্ণ তথ্য দিয়া বিজেপিৰ শিলাদিত্য দেবৰ নাগৰিকত্ব সন্দেহজনক : ভবেন সন্দিকৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 23, 2018 9:42 pm
shiladitya dev assam's hojai
123
VIEWS
Share on FacebookShare on Twitter

যিকোনো চাকৰিৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীৰ নথি-পত্ৰ তন্ন-তন্নকৈ পৰীক্ষা কৰা হয়। অলপ খেলি-মেলি হ’লেও পৰীক্ষাৰ্থীক সুযোগ দিয়া নহয়। কিন্তু নিৰ্বাচন আয়োগত দুবাৰকৈ খেলি-মেলি থকা বেলেগ বেলেগ তথ্য দিয়াৰ পিছতো কিয় কৰ্তন কৰা হোৱা নাছিল বিজেপিৰ বিধায়ক শিলাদিত্য দেব ( Shiladitya Deb )ৰ?

শিক্ষাগত অৰ্হতা সন্দৰ্ভত নিৰ্বাচন আয়োগক বিধায়কজনে দাখিল কৰা প্ৰমাণ পত্ৰৰ খেলি-মেলি ফাদিল কৰি আজি ২৩ মে’ত দেশৰ নিৰ্বাচন আয়োগক এই প্ৰশ্ন উত্থাপন কৰিছে আৰ টি আই কৰ্মী ভবেন সন্দিকৈয়ে।

একেটা বছৰ (১৯৮৬ চন)তে একেখন কলেজ ( গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ কলেজ)ৰ পৰাই উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰী লোৱা বুলি শিলাদিত্যই ২০১১ চনত নিৰ্বাচন আয়োগক শপতনামা দিছিল। কিন্তু একে শিলাদিত্যই ২০১৬ চনত নিৰ্বাচন আয়োগত ১৯৮৯ চনতহে আৰ্য্য বিদ্যাপীঠৰ পৰা স্নাতক ডিগ্ৰী লোৱা বুলি শপতনামা দাখিল কৰিছিল।

আনহাতে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ২০১১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী আয়োগক শপতনামা দাখিল কৰা বিধায়কজনে কেইদিনমান পূৰ্বে এটা টিভি চেনেলৰ সাক্ষাৎকাৰত তেওঁ অসমৰ সলনি অৰুণাচল আৰু দিল্লীতহে শিক্ষাগ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল।

শিলাদিত্য দেবে নিৰ্বাচন আয়োগত দাখিল কৰা বিসংগতিপূৰ্ণ তথ্য ফাদিল কৰি স্বৰাজ অসম নামৰ সংস্থাটোৰ আহ্বায়কজনে শিক্ষাগত অৰ্হতাৰ খেলিমেলিৰ দৰে বিধায়কজনৰ নাগৰিকত্বক লৈও সন্দেহ প্ৰকাশ কৰে।

তেওঁ কয় ‘বৰাকৰ বৰখলা সমষ্টিৰ বিজেপি বিধায়ক কিশোৰ নাথলৈ দি ভোটাৰৰ জাননী গৈছিল। আমাৰ সন্দেহ হয় শিলাদিত্যও দি ভোটাৰ। সেয়ে তেওঁ হিন্দু বাংলাদেশী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মন্তব্য দি আছে।’

এই সন্দৰ্ভত বিধায়ক দেবৰ মতামত জানিবৰ নৰ্থ ইষ্ট নাৱে যোগাযোগৰ চেষ্টা কৰিছিল যদিও তেওঁক ফ’নত পোৱা নগ’ল।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd