• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীলোৎপল-অভিজিত কাণ্ড : মানৱতাৰ সন্ধানত গুৱাহাটীত আয়োজন ‘পীচ জেম’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 4, 2018 8:57 pm
peace jam guwahati
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নীলোৎপল-অভিজিত হত্যাৰ লগতে অসমত শেহতীয়াভাৱে সংঘটিত হোৱা দলবদ্ধ হিংসাই অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সৃষ্টি কৰা উত্তেজনাৰ অৱসান কামনাৰে আৰু মানৱতাৰ আশাৰে ‘হ’প ফৰ হিউমেনিটি’ নামৰ এক বিশ্বজোৰা অনুষ্ঠানে অহা ৮ জুলাইত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শিল্পগ্ৰামত আয়োজন কৰিছে ‘পীচ জেম’ শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানৰ।

একে উদ্দেশ্য আগত ৰাখি সেইদিনাই গুৱাহাটীৰ লগতে ৰাছিয়া আৰু মুম্বাইতো আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে চাইকেল সমদলৰো আয়োজন কৰিছে।

Apply Now

কেৱল অসমতে নহয়, সমগ্ৰ ভাৰততে আৰম্ভ হোৱা দলবদ্ধভাৱে হত্যা কৰাৰ ‘পৰম্পৰা’ই মানৱতা ধ্বংস কৰিব বুলি উদ্বিগ্ন সংস্থাটোৱে মানৱতাৰ আশাৰে আয়োজন কৰিছে এই সাংস্কৃতিক কাৰ্য্যসূচীৰ। ‘মানৱতা ঘূৰাই অনাৰ আশাৰে ‘হ’প ফৰ হিউমেনিটি’ৰ দ্বাৰা ‘পীচ জেম’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে,’ গুৱাহাটী প্ৰে’ছ ক্লাবত আয়োজিত সংবাদমেলত আজি ৪ জুলাইত এই মন্তব্য অনুষ্ঠানটোৰ অন্যতম আয়োজক অংকুৰজ্যোতি শইকীয়াৰ।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শিল্পগ্ৰামত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব লগা এই ‘পীচ জেম হৈছে নীলোৎপল, অভিজিৎ, ঝংকাৰ আৰু এনেধৰণৰ অনেক নিপীড়িত ব্যক্তিৰ বাবে, যিসকল দলবদ্ধ অত্যাচাৰৰ বলি হ’বলগীয়া হৈছে। লগতে যিসকল ধৰ্ষণ, হত্যা, সাম্প্ৰদায়িক সংঘৰ্ষ আৰু এনেধৰণৰ অনেক জঘন্য ঘটনাৰ বলি হ’বলগীয়া হৈছে, সেইসকলৰ বাবে এই পিচ জাম,‘ জনালে আয়োজকে।

নীলোৎপল-অভিজিতৰ ঘটনাটোৰ লগতে কেইবাটাও বিক্ষিপ্ত ঘটনাই ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সৃষ্টি কৰা ‘উত্তেজনা’ত উদ্বিগ্ন আয়োজকসকলে কলাৰ মাধ্যমেৰে প্ৰদৰ্শন কৰিব অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজৰ একতা আৰু অখণ্ডতা।

‘কাৰ্বি, নিছিং আৰু বড় জনগোষ্ঠীৰ শিল্পীৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ শিল্পীয়ে অংশ গ্ৰহণ কৰিব,’ জনালে শইকীয়াই।

‘পীচ জেম’ অনুষ্ঠানত নীলোৎপল-অভিজিতৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকসকলো উপস্থিত থাকিব বুলি আয়োজকসকলে জনাইছে।

আনহাতে সেইদিনাই দীঘলীপুখুৰীৰ পাৰৰ পৰা পুৱা ৮ বজাত ওলাব লগা গুৱাহাটীৰ চাইকেল সমদলটো শিল্পগ্ৰামত আহি অন্ত পৰিব।

আজিৰ সংবাদমেলত নীলোৎপলৰ পিতৃ গোপাল চন্দ্ৰ দাসো উপস্থিত আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd