• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত পুনৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , March 25, 2018 12:57 pm

1 min read

বাঘ
106
VIEWS
Share on FacebookShare on Twitter

নুমলীগড়ৰ শোধনাগাৰ নগৰাঞ্চলত দেওবাৰে পুৱা পুনৰ এজনী নাহৰফুটুকী বাঘিনী পিঞ্জৰাবদ্ধ হৈছে ।

এটা সপ্তাহৰ পূৰ্বে নগৰাঞ্চলৰ একেটা অঞ্চলৰ পৰাই আৰু এজনী নাহৰফুটুকী বাঘিনী পিঞ্জৰাবদ্ধ হৈছিল ৷

নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ কাষতেই আছে দেওপাহাৰ সংৰক্ষিত বনাঞ্চল ৷ দেওপাহাৰ সংৰক্ষিত বনাঞ্চল নাহৰফুটুকী বাঘৰ গুৰুত্বপূৰ্ণ আৱাস ৷

এই বনাঞ্চলৰে এক অংশত পকী দেৱাল নিৰ্মাণ কৰি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই নগৰাঞ্চল সম্প্ৰসাৰণ কৰিছিল ৷

গোলাঘাট জিলা প্ৰশাসনে যোৱা ১৩ মাৰ্চত এই অংশত নুমলীগড় শোধনাগাৰে নিৰ্মাণ কৰা পকী দেৱাল ভাঙি বেদখলমুক্ত কৰিছিল ৷

দেওপাহাৰ বনাঞ্চলৰ কাষৰীয় চাহ বাগিছাতো নাহৰফুটুকী বাঘৰ বিচৰণ দেখা যায় ৷ নগৰাঞ্চলত সঘনে নাহৰফুটুকী বাঘ দেখি থকা বুলি নগৰাঞ্চলৰ বাসিন্দাই কৰা অভিযোগৰ পাচতেই অঞ্চলটোত গোলাঘাট বন বিভাগে পিঞ্জৰা পাতিছিল ৷

এই পিঞ্জৰাতেই দেওবাৰে পুৱা পিঞ্জৰাবদ্ধ হোৱা নাহফুটুকী বাঘিনী জনীক পিছত দেওপাহাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে নুমলীগড়ৰ বন কৰ্মীয়ে।

Recent News

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

দেশৰ মাটিত পদাৰ্পন কৰিয়ে প্ৰথমে পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি যুৱ তাৰকা ব’লাৰ মহম্মদ চিৰাজৰ

দেশৰ মাটিত পদাৰ্পন কৰিয়ে প্ৰথমে পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি যুৱ তাৰকা ব’লাৰ মহম্মদ চিৰাজৰ

200001

কৃষি আৰু উদ্যান শস্যৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ শুভাৰম্ভ: বিদেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

Gautam Gambhir

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ ব্যক্তিগত অনুদান গৌতম গম্ভীৰৰ পৰিয়ালৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd