DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নুৰুদ্দিন আহমেদ ট্ৰফী: মঙলদৈ ষ্টেডিয়ামত বঙাইগাঁও আৰু শিলচৰৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন ছেমি ফাইনেল

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
April 19, 2018 7:56 pm
Cricket-1-570x320-266x200
96
VIEWS
Share on FacebookShare on Twitter

নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ সময়সূচী ঘোষণা। প্ৰতিযোগিতাখনৰ প্ৰথমখন ছেমি ফাইনেল মেচ অহা ২১-২৩ এপ্ৰিললৈ মঙলদৈ ক্ৰীড়া সন্থা ষ্টেডিয়ামত বঙাইগাঁও আৰু শিলচৰৰ মাজত অনুষ্ঠিত হ’ব ।

আনহাতে প্ৰতিযোগিতাখনৰ দ্বিতীয়খন ছেমি ফাইনেল মেচ গুৱাহাটী আৰু নগাঁওৰ মাজত অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত।

ইফালে মঙলদৈ ষ্টেডিয়ামত গুৱাহাটী আৰু লখীমপুৰৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ গুৰুত্বপূৰ্ণ কোৱাৰ্টাৰ মেচখন আজি ড্ৰ ৰূপে সমাপ্ত হয়। বৰ্ষাবিঘ্নিত মেচখনত এটাও ইনিংছ খেলিব নোৱাৰাৰ অন্তত আজি দুয়োটা দলকে এক পইণ্টকৈ ভগায় দিয়ে।

উল্লেখ্য যে মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ কোৱাৰ্টাৰ ফাইনেল খেলখন পৰিত্যক্ত বতৰৰ বাবে প্ৰথম দিনাৰ খেল বাতিল কৰে। ইফালে দুঘণ্টা পলমকৈ আৰম্ভ হোৱা দ্বিতীয় দিনাৰ খেলত প্ৰথমে বেটিং ধৰা গুৱাহাটীয়ে ৫৫.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱায় ২৩২ ৰান কৰিবলৈ সক্ষম হয়।

গুৱাহাটী দলৰ হৈ প্ৰীতম দেৱনাথে মাত্ৰ ২৯ টা বলতে বিস্ফোৰক ৭২ ৰানৰ ইনিংছ খেলাৰ উপৰি ১৯ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা ৰিয়ান পৰাগে ধৈৰ্য্শীলতাৰ নিদৰ্শন দাঙি ধৰি ১০৯ টা বলত গুৰুত্বপূৰ্ণ ৬৭ ৰানৰ ইনিংছ উপহাৰ দিয়ে।

ইফালে লখীমপুৰৰ ঋষিকেশ বৰাই ৬১ ৰান ব্যয় কৰি চাৰিটা আৰু নয়ন জ্যোতি বৰুৱাই ৫৪ ৰানৰ বিনিময়ত তিনিটা উইকেট লাভ কৰে।

Recent News

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd