DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ন্যায়িক জিম্মালৈ সাৰদা চিট ফাণ্ড কেলেংকাৰিৰ মূল অভিযুক্ত সুদীপ্ত সেন আৰু দেবযানী মুখাৰ্জী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2018 7:14 pm
sudipto sen
106
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে এখন বিশেষ আদালতে ২,০০০ কোটি টকাৰ সাৰদা চিট ফাণ্ড কেলেংকাৰিৰ মূল অভিযুক্ত সুদীপ্ত সেন আৰু দেবযানী  মুখাৰ্জী দুয়োজনকে ১৪ দিনৰ ন্যয়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

ইতিমধ্যে জেৰা কৰাৰ বাবে দুয়োকে কলকাতাৰ কাৰাগাৰৰ পৰা গুৱাহাটীলৈ অনা হৈছে। এপ্ৰিলৰ ৬ তাৰিখৰ পৰৱৰ্তী শুনানিৰ দিনলৈকে সুদীপ্ত সেন আৰু দেবযানী মুখাৰ্জীক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হ’ব।

debojani mukharji

ৰাজ্যৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে ২০১৪ চনত সুদীপ্ত সেন আৰু দেবযানী মুখাৰ্জীৰ বিপক্ষে দাখিল কৰা অভিযোগৰ ভিত্তিত দুয়োকে আদালতত হাজিৰ কৰোৱা হয়। সেনৰ বিৰুদ্ধে ২০১৩ চনত কাশ্মীৰৰ সোণমাৰ্গত, পশ্চিম বংগ, উৰিষ্যা আৰু অন্যন্য বহু কেইখন ৰাজ্যত অভিযোগ দিয়া আছে।

 

পাণবজাৰ আৰক্ষী থানাৰ এগৰাকী বিষয়াই জনাইছে যে আদালতত হাজিৰ কৰোৱাৰ আগতে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত দুয়োৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল।

উল্লেখ্য যে ২০১৫ চনত সাৰদাৰ সভাপতি আৰু পৰিচালন সঞ্চালক সুদীপ্ত সেনক এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে জেৰা কৰিছিল।

Recent News

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

women in Afghanistan

“দুষ্ট নাৰী”ক ঘৰৰ ভিতৰত আৱদ্ধ কৰিছে তালিবানে: জনালে তালিবানৰ শীৰ্ষ নেতা চিৰাজুদ্দিন হাক্কানিয়ে

Qutb Minar

এইবাৰ লক্ষ্য কুতুব মিনাৰ! ৰাজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব মিনাৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd