• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ টঙালি; ২ৰ পৰা ৯ জুলাইলৈ হ’ব মৰ্চাবিলাকৰ ৰাজ্যিক সন্মিলন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 1, 2018 8:06 pm
BJP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসনাধিষ্ঠ বিজেপিয়ে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে বিভিন্ন ধৰণৰ ৰণকৌশল ইতিমধ্যেই প্ৰস্তুত কৰি উলিয়াইছে।

দেওবাৰে হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত এই বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। দাসে কয়, “২০১৯ হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমত বিজেপি দলটোক আগুৱাই নিয়াৰ স্বাৰ্থত ৰাজ্যিক সমিতিয়ে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে। সেই অনুসৰি ১ জুলাইৰ পৰা ৩০ মাৰ্চ পৰ্যন্ত দলে বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।”

Apply Now

উল্লেখ্য যে দলটোৱে প্ৰস্তুত কৰা ৰণনীতিসমূহ বাস্তৱত কেনেকৈ ৰূপায়ণ কৰা হ’ব সেইটো আলোচনা কৰিবলৈ দেওবাৰে হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিষয়ববীয়াসকলৰ বৈঠক হয় বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

ইয়াৰ উপৰি ২ জুলাইত গুৱাহাটীৰ দিচপুৰত থকা গড়কাপ্তানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বিজেপিৰ বিধায়কসকলৰ এটা মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। এই অনুষ্ঠানত নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব বুলিও তেওঁ প্ৰকাশ কৰে।

সমান্তৰালভাৱে ২ জুলাইৰ পৰা ৯ জুলাইলৈ বিজেপিৰ বিভিন্ন মৰ্চাবিলাকৰ ৰাজ্যিক সন্মিলন অনুষ্ঠিত হ’ব বুলি দাসে জানিবলৈ দিয়ে। গুৱাহাটীৰ মালিগাঁৱৰ ৰং ভৱনত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত মহিলা, যুৱ, সংখ্যালঘুকে ধৰি বিজেপিৰ মুঠ আঠটা মৰ্চাৰ ৰাজ্যিক সমিতিৰ সৈতে অসমৰ সকলো জিলা সমিতি আৰু মণ্ডল সমিতিসমূহৰ সভাপতি আৰু সম্পাদকসকল উপস্থিত থাকিব বুলি ৰঞ্জিত দাসে জানিবলৈ দিয়ে।

দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, “অসমৰ ৰাজনৈতিক ইতিহাসত এইদৰে সকলো মৰ্চাৰ সৈতে সভা অনুষ্ঠিত কৰা বিজোপিৰ অসম ৰাজ্যিক সমিতিয়ে প্ৰথমটো দল। আজিলৈ এনেদৰে সকলো মৰ্চাৰ ৰাজ্যিক সভাপতি-সম্পাদকৰ পৰা আৰম্ভ কৰি জিলা আৰু মণ্ডলৰ সভাপতি-সম্পাদকক লৈ আজিলৈ ক’তো সভা অনুষ্ঠিত হোৱা নাই।”

ইপিনে, বিজেপিয়ে অসমৰ ১৪টা লোকসভা সমষ্টিত আৰম্ভ কৰা ‘পৃষ্ঠাপ্ৰমুখ’ কাৰ্যসূচীৰ কাম মঙলদৈত ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দি ৰঞ্জিত কুমাৰ দাসে পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় সমষ্টিৰ পৰা আৰম্ভ কৰি আন ১৩টা সমষ্টিৰ ৰাইজক সামৰি ল’ব বুলি জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd