• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পথৰুঘাটতৰ ছহিদক সুঁৱৰি মঙলদৈত ‘কৃষক ছহিদ দিৱস’ৰ আয়োজন

ময়ুখ গোস্বামী/ প্ৰণৱ কুমাৰ দাস by ময়ুখ গোস্বামী/ প্ৰণৱ কুমাৰ দাস
January 28, 2018 10:17 pm
পাথৰিঘাট ছহিদ বেদীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৮৯৪ চনৰ ২৮ জানুৱাৰিত ঐতিহাসিক পথৰুঘাটত সংঘটিত কৃষক বিদ্ৰোহৰ ছহিদসকলক সুঁৱৰি দেওবাৰে মঙলদৈত ‘কৃষক ছহিদ দিৱস’ৰ আয়োজন কৰা হয়।

উল্লেখযোগ্য যে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ ওলাই অহা প্ৰায় ১৫০জন কৃষকক বৃটিছ সেনাই ১৮৯৪ চনৰ আজিৰ দিনটোত গুলীয়াই হত্যা কৰিছিল।

Apply Now

যোৱা বছৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত দিনটো চৰকাৰী ভাবে উদযাপন কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছত এইবাৰ দৰং জিলা প্ৰশাসনে পাথৰিঘাট ছহিদ বেদীত আজি দিনজোৰা কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

মঙলদৈৰ বিধায়ক গুৰু জ্যোতি দাসে কয় যে পাথৰিঘাট এটিয়াও উপেক্ষিত হৈ আছে, অৱশ্যে বৰ্তমানৰ চৰকাৰে অঞ্চলটোৰ উন্নয়নৰ বাবে কেইবাখনো আঁচনি হাতত লৈছে আৰু কৃষি প্ৰশিক্ষণ কেন্দ্ৰৰ কাৰণে পুঁজি মুকলি কৰি দিছে।

পাথৰিঘাট ছহিদ বেদী

সভাত উপস্থিত ৰাইজক সম্বোধন কৰি ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই পথৰুঘাটৰ ৰণক ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ উপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ অদূৰ ভৱিষ্যতত ঠাইখনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি বা উপ ৰাষ্ট্ৰপতিৰ ভ্ৰমণ নিশ্চিত কৰে।

বিধায়ক গৰাকীয়ে ঐতিহাসিক পাথৰিঘাটৰ উন্নয়ন সাধন কৰা হ’ব বুলি পূৰ্বৰ কংগ্ৰেছ তথা অগপ চৰকাৰে দিয়া ভুৱা আশ্বাসক তীব্ৰ সমালোচনা কৰে।

আনহাতে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ভৱেশ কাকটিয়ে ৰাজ্য চৰকাৰক কৃষক ছহিদ সকলৰ সন্মানাৰ্থে এখন কৃষি মহাবিদ্যালয় স্থাপনৰ দাবী জনাই।

আছুৰ নেতা খনিন্দ্ৰ ৰাজবংশীয়ে কয় যে এই ঠাই টুকুৰা উপেক্ষিত হৈ আছে আৰু চৰকাৰে ঠাইখিনি উন্নয়নৰ বাবে এতিয়াও গুৰুত্ব প্ৰদান কৰা নাই।

উক্ত অনুষ্ঠানটোত পথৰুঘাট কৃষক বিদ্ৰোহৰ ওপৰত ৰচিত গীতৰ গীতিকাৰ মাধৱ শৰ্মাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাই অনুষ্ঠান পৰিৱেশন কৰে ।

ময়ুখ গোস্বামী/ প্ৰণৱ কুমাৰ দাস

ময়ুখ গোস্বামী/ প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd