• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাঁচটা বিষয়ত লেটাৰ সহ ডিষ্টিংছন : দৰিদ্ৰতাক নেওচি উজলিল ৰাইদঙীয়াৰ কৰিশ্মা

মিন্টূ দাস by মিন্টূ দাস
June 1, 2018 2:36 pm
9e2d6d01-aec3-4f3c-b8c7-ead84bf2c27a
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষা আহৰণৰ ক্ষেত্ৰত দৈন্যতা যে কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাক পুনৰ এবাৰ প্ৰমাণ কৰিলে নগাঁও জিলাৰ ৰাইদঙীয়াৰ এগৰাকী ছাত্ৰীয়ে। অভাৱক কেতিয়াও প্ৰশ্ৰয় নিদিয়া এইগৰাকী ছাত্ৰীৰ নাম কৰিশ্মা। নাম যেনে কামো তেনে।  সকলোকে কৰিশ্মা দেখুৱাই জিলিকি উঠিছে তেওঁ।

নগাঁও জিলাৰ ৰাইদঙীয়া নাহৰকটীয়া গাঁ‌ৱৰ প্ৰয়াত দীপ দাস আৰু জিন্তি দাসৰ জীয়ৰী কৰিশ্মাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত  সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ ৰাইদঙীয়া অঞ্চললৈ গৌৰৱ  কঢ়িয়াই আনিছে। পায়নিয়াৰ আৰ্টচ এণ্ড কমাৰ্চ বিদ্যালয় পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ পাঁ‌চটা বিষয়ত লেটাৰ মাৰ্ক সহ ডিষ্টিংছন লাভ কৰি সৰ্বমুঠ  ৪৩৬  নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰীগৰাকীয়ে।

Apply Now

লক্ষণীয় যে, সৰুতেই পিতৃ হীনা হোৱা কৰিশ্মাক মাতৃয়ে বহু কষ্টৰে পঢ়ুৱাবলগীয়া হৈছিল। পিতৃ হীনা কৰিশ্মাই বহু কষ্টৰে দিন কটাবলগীয়া হৈছে। কৰিশ্মাই উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত  ৮৭:২  শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

কৰিশ্মাৰ মাতৃয়ে গাঁ‌ৱৰ মানুহৰ ঘৰে ঘৰে কাম  বন কৰি  যেনে তেনে ৫ জনীয়া পৰিয়ালটো পোহপাল দি আছে যদিও কেতিয়াবা লঘোনেও দিন কটাবলগীয়া হৈছে। সৰুৰেপৰা ঘৰৰ সকলো ধৰণৰ কাম-কাজৰ সমানে সমানে অধ্যয়ন কাৰ্য চলাই যোৱা কৰিশ্মাই পঢ়াৰ বাবে পোৱা নাছিল প্ৰয়োজনীয় সা-সুবিধা। আনকি পঢ়া কাৰ্য চলাই যাবলৈ তাইৰ নাছিল নিজা কিতাপ পত্ৰও।

আনৰ পৰা অনা কিতাপ পত্ৰৰেই পঢ়িছিল কৰিশ্মাই। ভৱিষ্যতে এগৰাকী সুদক্ষ শিক্ষয়িত্রী হোৱাৰ সপোন আছে কৰিশ্মাৰ। পিচে, দৰিদ্ৰতাই এতিয়া হেঙাৰৰূপে থিয় দিছে পৰিয়ালটোৰ সন্মুখত।

উচ্চ শিক্ষা গ্ৰহণত ছাত্ৰীগৰাকীক সহায়-সহযোগিতা আগবঢ়াবলৈ সহৃদয়বান লোক তথা  চৰকাৰলৈ আহ্বান জনাইছে ৰাইদঙীয়াৰ ৰাইজ তথা দল সংগঠনে ।

মিন্টূ দাস

মিন্টূ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd