DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাঠশালাৰ ডকাইতি কাণ্ড : নৈশ চকীদাৰৰ সহযোগত সংঘটিত হৈছিল ডকাইতি কাণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2018 12:38 pm
পাঠশালাৰ ডকাইতি কাণ্ড : নৈশ চকীদাৰৰ সহযোগত সংঘটিত হৈছিল ডকাইতি কাণ্ড
99
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে নিশা পাঠশালা বিদ্যুৎ উপ-সংমণ্ডলত সংঘটিত হৈছিল ডকাইতি ঘটনা।

সংমণ্ডলটোৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ পৰা দেওবাৰে নিশা ডকাইতে লুট কৰি নিছিল ১০ লাখকৈ টকা। উক্ত টকাখিনি বিদ্যুতৰ গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা টকা আছিল।

উল্লেখযোগ্য যে ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা অৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান কৰি আছিল।

অৱশেষত আৰক্ষীয়ে ডকাইতি কাণ্ডৰ ৰহস্য ফাদিল কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ডকাইতি কাণ্ডৰ লগত উপ সংমণ্ডলটোৰ নৈশ চকীদাৰৰ দায়িত্বত থকা অশ্বিনী তালুকদাৰৰ লগতে বিল কৰ্মী হজৰত আলী জড়িত আছিল।

নৈশ চকীদাৰৰ সহযোগত ৫জন দুৰ্বৃত্তই উপ সংমণ্ডলটোত ডকাইতি কাণ্ড সংঘটিত কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ডকাইতৰ দলটোৱে কাৰ্যালয়টোৰ পৰা ধন সহ লৈ যোৱা লকাৰটো ধনখিনি লৈ লকাৰটো পহুমৰা নদীত পেলাই থৈ গৈছিল।

ইতিমধ্যে আৰক্ষীয়ে এছ ডি আৰ এফৰ সহযোগত ডুমুকীজান দলঙৰ তলৰ পৰা লকাৰটো উদ্ধাৰ কৰে। লগতে সোধ-পোছৰ বাবে ৪ জনক আটক কৰিছে আৰক্ষীয়ে।

Recent News

Jasprit Bumrah

টি-২০ ক্ৰিকেটত আন এক ঈৰ্ষণীয় সাফল্য বুমৰাহৰ: এই সাফল্য লভা প্ৰথমগৰাকী ভাৰতীয় বেগী বলাৰত পৰিণত

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd