• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পি এন আৰ ডিৰ গোচৰত যদি দোষী প্ৰমাণিত হওঁ তেন্তে তিনিগুণ শাস্তি মূৰ পাতি ল’ম : ৰকিবুল হুছেইন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 2, 2018 10:27 pm
Rakibul-Hussain-addressing

ৰকিবুল হুছেইনৰ ফাইল ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মোৰ বিৰুদ্ধে পি এন আৰ ডি বিভাগৰ  গোচৰৰ কৰাৰ কথা আজি পৰ্যন্ত মই একো নাজানো। যদি অভিযোগ সত্য প্ৰমাণিত হয় তেন্তে মই তিনিগুণ শাস্তি মূৰ পাতি ল’বলৈ সাজু। এই বিষয়ে মোৰ বিৰুদ্ধে অভিযোগ থকাৰ কথা অথবা তদন্ত কৰাৰ কথা, এইবোৰৰ এটা শব্দও মোক কোনেও কোৱা নাই।’ বিধানসভাৰ অধিৱেশনৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত আজি এইদৰে কয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বৰ্তমানৰ চৰকাৰখনক ইৰ্ষাপৰায়ণ আৰু ভয়াতুৰ আখ্যা দি কয়, “যদি পি এন আৰ ডি বিভাগত কেলেংকাৰিৰ তদন্ত চলিয়েই আছিল আৰু যদি মই অভিযুক্তই তেন্তে অন্য মন্ত্ৰীবিলাকক জনোৱাৰ বিপৰীতে মোক কিয় জনোৱা নহ’ল। বিষয়টো মোৰ বাবে সাঁথৰ হৈ পৰিছে। মই বিষয়টো অৱগত হোৱা হ’লে সংবাদ মাধ্যমৰ জৰিয়তে মোৰ যুক্তি দাঙি ধৰিব পাৰিলোহেঁতেন।”

Apply Now

তদুপৰি যোৱা ২৫ মাৰ্চত ৰুজু হোৱা গোচৰ সন্দৰ্ভত কংগ্ৰেছৰে অনিল ৰাজাৰ নামটো উচ্চাৰণ নকৰাকৈ ৰকিবুল হুছেইনে কয়, ‘তেওঁ এছকৰ্ট-চিকিউৰিটি লৈ মোৰ বিৰুদ্ধে কৰা গোচৰৰ ভিত্তিতেই হয়তো এই গোচৰৰ পঞ্জীয়ন কৰা হৈছে। এয়া হৈছে মোৰ প্ৰতি থকা এক ঈৰ্ষা। মই যিমানেই কংগ্ৰেছৰ হৈ সক্ৰিয়তাৰে কাম কৰি যাম সিমানে মোৰ বিৰুদ্ধে প্ৰতিশোধমূলক পদক্ষেপ লৈ থাকিব।”

আনহাতে, আমোদজনকভাৱে প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীকো মণিপুৰত কণী চুৰ কৰাৰ গোচৰত বিভিন্ন ধাৰা জাপি দিয়া হৈছিল বুলি ৰকিবুলে সদৰী কৰে। লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগো ভিত্তিহীন বুলি উল্লেখ কৰে।

 

অগপ বিধায়ক ফনীভূষণ চৌধুৰীয়ে সদনত কোৱা “মন্ত্ৰীসকলে ভূল উত্তৰ দিলে মন্ত্ৰীয়ে পদত্যাগ কৰিব লগীয়া এক নজিৰ আছে”, এই মন্তব্যৰ উদ্ধৃতিৰে হুছেইনে কয় “যিসকল লোকৰ বিৰুদ্ধে কেচ ৰেজিষ্টাৰ হ’ব লাগিছিল সেইসকলৰ নাম কিন্তু বৰ্তমানলৈকে উহ্য ৰখা হৈছে। লুই বাৰ্জাৰ কেলেংকাৰিকে ধৰি অন্য কেলেংকাৰিৰ সৈতে জড়িত থকাসকলৰ এতিয়া কি হ’ব?”

তাৎপৰ্যপূৰ্ণভাৱে প্ৰাক্তন মন্ত্ৰীজনে বিজেপি দলৰে মন্ত্ৰীৰ দুৰ্নীতিৰ বিষয়ে ব্যক্ত কৰিব বুলিও সংবাদ মাধ্যমত মত প্ৰকাশ কৰে। লগতে তেওঁ কয় যে যদি নাম প্ৰকাশ কৰাৰ পিছতো বিজেপি চৰকাৰে কোনো ব্যৱস্থা হাতত নলয় তেন্তে আইন-আদালতৰ কাষ চাপিবলৈ তেওঁ বাধ্য হ’ব।

তেওঁ কয়, “ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহৰ কথা আনিলেই বিজেপিয়ে এনেধৰণৰ ভিত্তিহীন কথাৰে মূল বিষয়টো তল পেলাব খোজে।”

আনহাতে আজি এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে যে অনিল ৰাজাৰ অভিযোগৰ ভিত্তিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে শীঘ্ৰে তদন্ত চলাব দুৰ্নীতি নিবাৰক শাখাই। ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্তত অনুমোদন জনাইছে ৰাজ্য চৰকাৰে। তদন্তত আয়তকৈ অধিক সম্পত্তি থকাৰ অভিযোগ প্ৰমাণিত হ’লে ৰকিবুল হুছেইনৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই ৰুজু কৰিব গোচৰ।

উল্লেখযোগ্য যে মাত্ৰ কেইদিনমান পূৰ্বে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ অগাধ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিছিল অনিল ৰাজাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd