• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

পি বি এলত আজি নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছ বনাম আহমেদাবাদ স্মেশ্ব মাষ্টাৰ্ছ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 26, 2017 2:46 pm

1 min read

পি বি এলত আজি নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছ বনাম আহমেদাবাদ স্মেশ্ব মাষ্টাৰ্ছ
62
VIEWS
Share on FacebookShare on Twitter

ভোডাফোন প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ তৃতীয় সংস্কৰণত অভিষেক ঘটা নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছে প্ৰথম খেলতে পৰাজয় বৰণ কৰাৰ পিছত আজি মুখামুখি হ’ব লীগৰ আন এক নৱাগত দল আহমেদাবাদ স্মেশ্ব মাষ্টাৰ্ছৰ। গুৱাহাটীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত হ’ব লগীয়া আজিৰ খেলখনত আহমেদাবাদ স্মেশ্ব মাষ্টাৰ্ছে অভিষেক কৰিব। নৱাগত দল যদিও আজিৰ খেলখনত নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছৰ বিপক্ষে আহমেদাবাদ স্মেশ্ব মাষ্টাৰ্ছে শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব। কিয়নো স্মেশ্ব মাষ্টাৰ্ছে নিলামৰ সময়ত সুদক্ষ খেলুৱৈ ক্ৰয় কৰি এক শক্তিশালী দল গঠন কৰিছে। দলটোত বিশ্বৰ শীৰ্ষ মহিলা খেলুৱৈ টাইপেৰ টাই টুজু য়িঙৰ উপৰি পুৰুষৰ এককত ভাৰতৰ তাৰকা সৌৰভ বাৰ্মা আৰু এইচ এছ প্ৰণয়ে প্ৰতিদ্বণ্ডিতা আগবঢ়াব।

আনহাতে ঘৰুৱা দল নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছে আজিৰ খেলত সম্পূৰ্ণ পইণ্ট অৰ্জনৰ লক্ষ্যৰে কৰ্টত নামিব। দলটোৰ প্ৰশিক্ষক গৰাকীয়ে জানিব দিয়া অনুসৰি আজিৰ খেলত কোলো ধৰণৰ সাল সলনি নকৰে।

Recent News

rakeshtikait-1613549030

কৃষক বিদ্ৰোহৰ ১০০ দিন : ‘৩ কষি আইন বাতিল নকৰালৈকে অব্যাহত থাকিব কৃষক বিক্ষোভ’, টিকাইত

বংগৰ ৰাজনীতি ধুমুহা! অৱশেষত গেৰুৱা শিবিৰলৈ গ’ল অভিনেতা মিথুন চক্ৰৱৰ্তী

বংগৰ ৰাজনীতি ধুমুহা! অৱশেষত গেৰুৱা শিবিৰলৈ গ’ল অভিনেতা মিথুন চক্ৰৱৰ্তী

Roselina and Bishmita

দলীয় টিকট লাভ কৰাৰ পাছত কি ক’লে কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী আৰু বিস্মিতা গগৈয়ে?

WhatsApp Image 2021-03-07 at 12.32.59 PM

এটা চীনা মাটিৰ বাটিৰ দাম ৩.৬কোটি টকা! আচলতে কি আছেনো ইয়াত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd