• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুৱতিনিশা অনিল নগৰত চোৰে চলালে লুটপাত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 2, 2018 11:27 am

1 min read

পুৱতিনিশা অনিল নগৰত চোৰে চলালে লুটপাত
85
VIEWS
Share on FacebookShare on Twitter

মহানগৰীত বিভিন্ন সময়ত চোৰে লুটপাত চলোৱাৰ বাতৰি প্ৰকাশ পাই থকাৰ সময়তে পুনৰ অনিলনগৰত চোৰে লুটপাত কৰাৰ ঘটনা পোহৰলৈ আহিছে। মহানগৰীৰ অনিলনগৰৰ নিবাসী অনিল কুমাৰ নায়ক নামৰ লোকজনৰ ঘৰত পুৱতি নিশা চোৰে প্ৰবেশ কৰি বহু পৰিমাণৰ নগদ ধন আৰু গহণা চুৰ কৰি লৈ যায়। জানিব পৰা মতে অনিলনগৰৰ ২নং উপপথৰ ৮ নম্বৰ ঘৰত এই ঘটনা সংঘটিত হৈছে।

গৃহস্থ গভীৰ নিদ্ৰাত মগ্ন হৈ থকাৰ সুযোগ লৈ চোৰে খিৰিকীৰ ৰদ ভাঙি প্ৰৱেশ কৰা বুলি ঘৰৰ গৃহস্থই জানিবলৈ দিয়ে। মহানগৰীৰ বিভিন্ন প্ৰান্তত মহানগৰ আৰক্ষীয়ে নৱবৰ্ষ তথা আগন্তুক গণতন্ত্ৰ দিৱস উপলক্ষে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ সময়তে আৰক্ষীৰ চকুত ধুলি দি চোৰে চুৰিকাৰ্য্য চলাই নিয়া ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

উল্লেখযোগ্য যে কিছুদুন পূৰ্বে মহানগৰীৰ গণেশগুৰিৰ ভবানী ভোজনালয়ৰ সমীপত এটা চোৰে মোবাইল চুৰ কৰি আনি নলাত প্ৰবেশ কৰিছিল। প্ৰায় ২-৩ ঘন্টা প্ৰচেষ্টাৰ অন্ততহে চোৰটোক নলাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । তাৰ পিছতে পুনৰ মহানগৰীত চোৰে তাণ্ডৱ চলোৱাটো পৰিলক্ষিত হয়। এই চুৰি ঘটনা পোহৰলৈ অহাৰ পিছত ঘৰৰ গৃহস্থই আৰক্ষীক অবগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ  পৰ্যবৈক্ষণ কৰে। আৰক্ষী সুত্ৰই প্ৰকাশ কৰা অনুসৰি বৰ্তমান  তদন্ত প্ৰক্ৰিয়া চলাই আছে যদিও চোৰৰ কোনো সুং-সুত্ৰ উলিয়াব পৰা নাই।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd