• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূৰ্ণাংগ মহকুমা কৰাৰ দাবীত ১৯ মাৰ্চত গণ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা টিহু ছাত্ৰ সন্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 1:48 pm
ASSAU Logo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নলবাৰী জিলাৰ টিহুক মহকুমা ঘোষণা কৰাৰ দুবছৰ অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত পূৰ্ণাংগ কাম-কাজ আৰম্ভ নোহোৱা বাবে আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে টিহু আঞ্চলিক ছাত্ৰ সন্থাই।

শুকুৰবাৰে টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আছুৰ নেতৃবৃন্দই পূৰ্ণাংগ ৰূপত কাম-কাজ আৰম্ভ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰি স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকাৰ লগতে মিত্ৰজোঁটৰ চৰকাৰক অহা ১৬ মাৰ্চৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।

Apply Now

এই সম্পৰ্কত আছুৰ নেতৃত্বই স্পষ্ট ৰূপত কয় যে বিগত ৪০ বছৰে মহকুমা ঘোষণাৰ দাবীৰে টিহুবাসীয়ে বিভিন্ন গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আৰু এই আন্দোলনতে ২০১৫ চনৰ ১৭ জুলাইত নিৰাপত্তাৰক্ষীৰ গুলীত আছু কৰ্মী তথা ছাত্ৰ হিমাংশু তামুলী নিহত হ’বলগীয়া হৈছিল।

পৰৱৰ্তী সময়ত টিহুক মহকুমা হিচাপে ঘোষণা কৰে যদিও আজি পৰ্যন্ত মহকুমাটোৱে পূৰ্ণাংগ ৰূপ নাপালে। আছুৰ সাংগঠনিক ছহীদ হিমাংশু তামুলীৰ ত্যাগক সন্মান জনাই অহা ১৬ মাৰ্চৰ ভিতৰত টিহু মহকুমা পূৰ্ণাংগ কাম-কাজ ৰূপায়ণ সন্দৰ্ভত চৰকাৰ তথা স্থানীয় বিধায়কগৰাকীয়ে স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়। অন্যথা ১৯ মাৰ্চত গণ প্ৰতিবাদী কাৰ্যসূচী হিচাপে দ্বিতীয় পৰ্যায়ৰ আন্দোলন আৰম্ভ কৰিব বুলি ঘোষণা কৰে।

আনহাতে, উক্ত সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰে গুৱাহাটীৰ পৰা টিহুলৈ ঔদ্যোগিক ক্ষেত্ৰ ঘোষণা কৰা কাৰ্যক আদৰণি জনাই। ইয়াৰ উপৰি অহা ১৩ মাৰ্চত উত্তৰ-পূব মেগা ফুড পাৰ্কত পৰ্যাপ্ত কোম্পানীক সংস্থাপনৰ দাবীত পাৰ্কৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ কথাও ঘোষণা কৰে।

সংবাদমেলত নলবাৰী জিলা ছাত্ৰ-সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, জিলা কাৰ্যনিৰ্বাহক প্ৰাঞ্জল ডেকা, টিহু আঞ্চলিক আছুৰ সভাপতি হিতেশ বৰ্মন, সম্পাদক ভাস্কৰদ্বীপ বৰ্মন, সহ-সম্পাদক হৃষীকেশ শৰ্মা আদি উপস্থিত থাকে।

শুকুৰবাৰে আয়োজিত সংবাদমেলত জিলা আছুৰ সভাপতি গুণজ্যোতি পাঠকে টিহুৰ লগতে মুকালমুৱা মহকুমাৰ কাম-কাজ পূৰ্ণাংগ ৰূপত আৰম্ভ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উহ্থাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd