• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্রথমটো ভ্ৰমণসূচীৰে ২৭ মাৰ্চত ওদালগুৰিত উপস্থিত হ’ব ৰাজ্যপাল জগদীশ মুখী

চাজিদ খান by চাজিদ খান
March 22, 2018 1:20 pm
Assam
110
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি আৰ্য সমাজৰ অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দ্যেশ্য অহা ২৭ মাৰ্চত প্রথমবাৰৰ বাবে জিলাখনত উপস্থিত হ’ব ৰাজ্যপাল জগদীশ মুখী।

নিজৰ প্রথমটো ভ্ৰমণসূচীত ৰাজ্যপাল গৰকীয়ে জিলাখনৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু চিকিৎসালয় আদি ভ্ৰমণ কৰি স্বচ্ছ অভিযানৰ অগ্ৰগতিৰ বুজ ল’ব।

আনহাতে এই ভ্ৰমণতে ৰাজ্যপাল গৰাকীয়ে সমাজৰ বিভিন্ন শ্ৰেনীৰ লোকক সৈতে সাক্ষাৎ কৰাৰ লগতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে কেইবাখনো বৈঠকত অংশ ল’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰাজ্যপাল মুখীয়ে এই ভ্ৰমণ কালতে জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কেতবোৰ চৰকাৰী কাৰ্যলয়ো পৰিদৰ্শন কৰিব। বিশেষকৈ চৰকাৰী কাৰ্যালয়ত স্বচ্ছ অভিযানৰ ৰূপ স্বচক্ষে প্ৰত্যক্ষ কৰিব ৰাজ্যপাল গৰাকীয়ে।

জানিব পৰা মতে ওদালগুৰি আৰ্য সমাজে তিনিদিনীয়াকৈ আয়োজন কৰা এক ধৰ্মীয় কাৰ্যসূচীৰ অন্তিম দিনা ৰাজ্যপাল গৰাকী উপস্থিত থাকি ২৮ মাৰ্চত দৰঙত উপস্থিত হ’ব।

সম্প্ৰতি ৰাজ্যপাল গৰাকীৰ এই আগমণক লৈ জিলা-প্ৰশাসনে ব্যাপক তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।বিশেষকৈ ৰাজ্যপাল মুখীৰ ভ্ৰমণৰ সময়ত যাতে কোনো অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী- প্ৰশাসনে।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd