• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

প্ৰধান মন্ত্ৰী মোদীয়ে আজি অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 15, 2018 10:07 am

1 min read

narendra modi
96
VIEWS
Share on FacebookShare on Twitter

আজি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধান মন্ত্ৰী গৰাকীয়ে ইটানগৰৰ আই জি পাৰ্কত নৱনিৰ্মিত অত্যাধুনিক দৰ্জী খাণ্ডু ৰাজ্যিক সভাকেন্দ্ৰটো উদ্বোধন কৰিব।

বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰধান মন্ত্ৰী গৰাকীয়ে দৰ্জী খাণ্ডু ৰাজ্যিক সভাকেন্দ্ৰটো উদ্বোধন কৰাৰ উপৰি টোমো ৰিবা ইনষ্টিটিউট অব হেল্থ এণ্ড মেডিকেল ছায়েন্সৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজ্যিক সচিবালয় ভৱনটো দেশৰ নামত উৎসৰ্গীত কৰিব।

প্ৰধান মন্ত্ৰী গৰাকীৰ ভ্ৰমণক কেন্দ্ৰ কৰি অৰুণাচল প্ৰশাসনে ইটানগৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

আনহাতে অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্যখনত সংঘটিত বিভিন্ন দুৰ্নীতিৰ চিবিআইৰ তদন্ত বিচাৰি প্ৰধান মন্ত্ৰীক সাক্ষৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰিব বুলি অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কেনটা কামলিয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃবিতত জানিবলৈ দিয়ে।

অৰুণাচলত দিনটোৰ কাৰ্যসূচী সামৰি প্ৰধান মন্ত্ৰী মোদী ত্ৰিপুৰালৈ ৰাওনা হ’ব।

১৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনলৈ আহিব লগীয়া মোদীয়ে আজি আগৰটলা আৰু শান্তি বজাৰৰ দুখন নিৰ্বাচনী সমাবেশক সম্বোধন কৰিব।

Recent News

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd