• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰমোদ বড়োৰ মন্তব্যক নসাৎ আলফা (স্বা)ৰ সভাপতি অভিজিৎ অসমৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2018 2:35 pm
ulfa
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ সংযুক্ত মুক্তি বাহিনী আলফা(স্বা)ৰ সভাপতি অভিজিৎ অসমৰ নামত প্ৰচাৰিত এক ভুৱা ফেচবুক প’ষ্টক লৈ প্ৰমোদ বড়োই কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে অভিজিৎ অসমে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংযুক্ত মুক্তি বাহিনী আলফা(স্বা)ৰ সভাপতি অভিজিৎ অসমে কয়-‘ফেচবুকত মোৰ কোনো একাউণ্ট নাই। প্ৰমোদ বড়োই বিষয়টোৰ কোনো অনুসন্ধান অবিহনে আমাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সেয়েহে প্ৰমোদ বড়োই যথাৰীতি অনুসন্ধান কৰি কোনে কি কাৰণে আমাৰ বিৰুদ্ধে ভুৱা প্ৰচাৰত নামি পৰিছে সেয়া বিচাৰ কৰি আমাৰ লগতে অসমৰ ৰাইজক জনাবলৈ আহ্বান জনালো’।

Apply Now

fac.jpgআলফা(স্বা)ৰ সভাপতি অভিজিৎ অসমে লগতে কয় যে ভুৱা বাতৰিৰ পয়োভৰ ঘটি থকা এই যুগত সত্যতা নিৰূপণ নকৰাকৈ কোনো লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো উচিত নহয়। অন্তত: প্ৰমোদ বড়োৰ দৰে পুৰঠ ৰাজনীতিবিদ এগৰাকীক সেয়া আঙুলিয়াই দিয়াটো অপ্ৰয়োজনীয় বুলি তীব্ৰ কাটাক্ষ কৰে অভিজিৎ অসমে।

আনহাতে নিজৰ লেখাত শব্দ প্ৰয়োগ, ব্যাকৰণৰ ব্যৱহাৰ আদিয়ে সাংস্কৃতিকভাৱে এক ভিন্ন ভাষাশৈলী বহন কৰি আছে আৰু ভৱিষ্যতলৈও কৰি থাকিব বুলি অৱগত কৰে সংযুক্ত মুক্তি বাহিনী আলফা(স্বা)ৰ সভাপতি অভিজিৎ অসমে।

প্ৰমোদ বড়োক উভতি ধৰি আলফা(স্বা)ৰ সভাপতি অভিজিৎ অসমে প্ৰকাশ কৰা মন্তব্য স্বাভাৱিকতে যথেষ্ট তাৎপৰ্যপূৰ্ণ।

 

 

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতলৈ আহি পাঁচ তাৰকাযুক্ত হোটেলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই বিদেশী পৰ্যটকৰ, আহত ২জন

ভাৰতলৈ আহি পাঁচ তাৰকাযুক্ত হোটেলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই বিদেশী পৰ্যটকৰ, আহত ২জন

October 31, 2026 2:49 pm
সুকেশৰ ২০০ কোটিৰ গোচৰত পুনৰ বিপদত নোৰা ফতেহী! ২ নৱেম্বৰত আদালতত হাজিৰৰ নিৰ্দেশ

সুকেশৰ ২০০ কোটিৰ গোচৰত পুনৰ বিপদত নোৰা ফতেহী! ২ নৱেম্বৰত আদালতত হাজিৰৰ নিৰ্দেশ

October 31, 2026 1:22 pm
দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪ জন শ্ৰমিক, ২ জন আহত

দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪ জন শ্ৰমিক, ২ জন আহত

October 31, 2026 12:20 pm
চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

October 31, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতলৈ আহি পাঁচ তাৰকাযুক্ত হোটেলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই বিদেশী পৰ্যটকৰ, আহত ২জন

ভাৰতলৈ আহি পাঁচ তাৰকাযুক্ত হোটেলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই বিদেশী পৰ্যটকৰ, আহত ২জন

October 31, 2026 2:49 pm
সুকেশৰ ২০০ কোটিৰ গোচৰত পুনৰ বিপদত নোৰা ফতেহী! ২ নৱেম্বৰত আদালতত হাজিৰৰ নিৰ্দেশ

সুকেশৰ ২০০ কোটিৰ গোচৰত পুনৰ বিপদত নোৰা ফতেহী! ২ নৱেম্বৰত আদালতত হাজিৰৰ নিৰ্দেশ

October 31, 2026 1:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd