• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2026 11:45 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত ১১,২০০ মেগাৱাট ক্ষমতাসম্পন্ন উজনি চিয়াং বহুমুখী নদীবান্ধ প্ৰকল্প বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক নাগৰিকে। অৰুণাচলৰ নদীবান্ধবিৰোধী গণ আন্দোলনৰ প্ৰতি সংহতি জনাই শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে প্ৰকল্পটো তাৎক্ষণিকভাৱে বাতিল কৰাৰ লগতে স্থানীয় ৰাইজৰ গণতান্ত্ৰিক মতামতক সন্মান জনাবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে নদীবান্ধবিৰোধী আন্দোলন দমন কৰাৰ উদ্দেশ্যে অৰুণাচল প্ৰদেশত চৰকাৰে দমনমূলক নীতি গ্ৰহণ কৰিছে আৰু প্ৰতিবাদকাৰীৰ ওপৰত হিংসাত্মক কাৰ্যকলাপ চলাইছে। শেহতীয়া প্ৰতিবাদৰ পাছত অৰুণাচল প্ৰদেশ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (APUAPA)ৰ অধীনত গ্ৰেপ্তাৰ তথা আটক কৰা ৬০ গৰাকীৰো অধিক লোকক বিনাচৰ্তে আৰু শীঘ্ৰে মুক্তি দিয়াৰ দাবীও উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

Apply Now

প্ৰতিবাদস্থলীত উপস্থিত লোকসকলে কয় যে উজনি চিয়াং বহুমুখী নদীবান্ধ প্ৰকল্প কাৰ্যকৰী হ’লে হাজাৰ হাজাৰ পৰিয়ালে নিজৰ পূৰ্বপুৰুষৰ ভূমি হেৰুৱাবলগীয়া হ’ব পাৰে। ইয়াৰ উপৰি সংবেদনশীল হিমালয় অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশৰ অপূৰণীয় ক্ষতি হোৱাৰ লগতে নদীকেন্দ্ৰিক জীৱিকা আৰু স্থানীয় জনগোষ্ঠীসমূহৰ সংস্কৃতিও গভীৰ সংকটৰ সন্মুখীন হ’ব। সেয়েহে স্থানীয় ৰাইজৰ মতামত আৰু সন্মতি অবিহনে এনে বৃহৎ প্ৰকল্প জাপি দিয়াৰ প্ৰচেষ্টা কোনো কাৰণতে মানি লোৱা নহ’ব বুলি তেওঁলোকে স্পষ্ট কৰি দিয়ে।

একেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ নদীসমূহৰ ওপৰত নিৰ্মাণৰ পৰিকল্পনা কৰা সকলো বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাইজে একেলগে যুটীয়া আন্দোলন গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে। থলুৱা জনগোষ্ঠীসমূহৰ অধিকাৰ, পৰিৱেশ আৰু জীৱন-জীৱিকাৰ স্বাৰ্থত দুয়োখন ৰাজ্যৰ ৰাইজক ঐক্যবদ্ধ হ’বলৈও আহ্বান জনায় প্ৰতিবাদকাৰীসকলে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বিশিষ্ট নাগৰিক পৰেশ মালাকাৰ, মাইনী মহন্ত, শংকৰ শইকীয়া, মনোৰম গগৈ, ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সুব্ৰত তালুকদাৰ, বিদিশা বৰ্মন, চন্দন বৰগোহাঞি, চিপিআই(এম)ৰ নিৰংকুশ নাথ, সংগীতা দাস, উৎপলা দাস, চিপিআই(এমএল) লিবাৰেচনৰ পংকজ কুমাৰ দাস, চিপিআইৰ জয়ন্ত গগৈ, পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চৰ দেৱাংগ গগৈ, নিখিল ভাৰত কৃষক মজদুৰ সভাৰ দেৱজিৎ চৌধুৰী, জাতীয় যুৱ বাহিনীৰ অংকুমান বৰদলৈ আৰু ধনজিৎ বৈশ্য, উকিয়াম নদীবান্ধবিৰোধী আন্দোলনৰ চবিন ৰাভা আৰু ছাত্ৰ নেতা সিদ্ধাৰ্থ হাজৰিকা, যুৱ সমাজকৰ্মী অঞ্জুমান ভৰদ্বাজকে ধৰি গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪ জন শ্ৰমিক, ২ জন আহত

দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪ জন শ্ৰমিক, ২ জন আহত

October 31, 2026 12:20 pm
চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

October 31, 2026 11:45 am
নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪ জন শ্ৰমিক, ২ জন আহত

দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪ জন শ্ৰমিক, ২ জন আহত

October 31, 2026 12:20 pm
চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

October 31, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd