DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৱিত্ৰ বৰদিনত বন্যপ্ৰাণী ৰক্ষাৰ বাবে বন মন্ত্ৰীয়ে ভগৱান যীচুৰ ওচৰত জনালে প্ৰাৰ্থনা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 25, 2017 10:25 am
পৱিত্ৰ বৰদিনত বন্যপ্ৰাণী ৰক্ষাৰ বাবে বন মন্ত্ৰীয়ে  ভগৱান যীচুৰ ওচৰত জনালে প্ৰাৰ্থনা
124
VIEWS
Share on FacebookShare on Twitter

গোটেই বিশ্বজুৰি খৃষ্টান ধৰ্মালম্বী লোকসকলে আজিৰ দিনটোত উলহ-মালহেৰে উদযাপন কৰে পৱিত্ৰ বৰদিন। ঠিক সেইদৰে বি টি চিৰ মুখ্য সদৰ কোকৰাঝাৰতো ওখল-  মাখল পৰিবেশৰ মাজত  পৱিত্ৰ বৰদিন উৎসৱ আৰম্ভ হ’ল। কালি মাজনিশাৰ পৰাই কোকৰাঝাৰৰ বিভিন্ন খৃষ্টান ধৰ্মীয় ঘৰ তথা গিৰ্জা, বিদ্যালয় সমূহত হেজাৰ – হেজাৰ খৃষ্টান ধৰ্মালম্বী লোকে গোট খাই ভগৱান তথা পৰমেশ্বৰ যীচুৰ নাম লৈ গীত মাতেৰে পৰিৱেশ জীপাল কৰি তোলে।  কোকৰাঝাৰ সদৰ চহৰৰ কডমতোলা টাউন বাপ্তিস গিৰ্জা, কোকৰাঝাৰ এন ই এল চি গিৰ্জা আৰু ডন বস্ক’ স্কুলত  চহৰখনৰ বহু খৃষ্টান ধৰ্মালম্বী লোকে উপস্থিত হৈ ভগৱান যীচুৰ নাম লৈ বিভিন্ন কেৰল গীত পৰিবেশনৰ লগতে প্ৰাৰ্থনা কৰাও পৰিলক্ষিত হয়।

পৱিত্ৰ বৰদিনত যীচুৰ আশীৰ্বাদ লবলৈ মাজনিশা ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মও উপস্থিত হয়  । বন মন্ত্ৰীয়ে প্ৰাৰ্থনাত অংশগ্ৰহণ কৰাৰ পুৰ্বে সংবাদ মাধ্যমৰ আগত কয় , অহা নৱবৰ্ষ ২০১৮ চনত যাতে বন্য প্ৰাণী আৰু সকলো বনাঞ্চল সুৰক্ষিত কৰিব পাৰো তথা কাজিৰঙা, মানাহ আৰু ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যত থকা গঁড়সমূহ ৰক্ষণা বেক্ষণ দিব পাৰোঁ তাৰ বাবে প্ৰথমতে প্ৰভু যীচুৰ ওচৰত আৰাধনা কৰিম । তাৰপিছত অসমৰ সকলো জনসাধাৰণে শান্তি , সম্প্ৰিতিৰ   মাজেৰে তথা  ৰাজ্যৰ উন্নয়নৰ কাৰণে যাতে একগোট হৈ সহবাস কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। নিজৰ কৰ্ম জীৱনত অনিচ্ছাকৃত ভাবে কৰা বেয়া, ভুলৰ বাবেও ভগৱান তথা প্ৰভু যীচুৰ ওচৰত ক্ষমা বিচাৰিব বুলি সংবাদ মাধ্যমক জনালে।

Recent News

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd