DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

থাইলেণ্ডৰ আগশাৰীৰ ফুটবল ক্লাবত প্ৰশিক্ষণৰ সুযোগ পৰশ বড়োলৈ

ছফিকুল আহমেদ by ছফিকুল আহমেদ
May 13, 2018 5:53 pm
PARASH BORO
524
VIEWS
Share on FacebookShare on Twitter

ফুটবলৰ প্ৰশিক্ষণ লোৱাৰ বাবে অহা দেওবাৰে  ফুটবলৰ প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ পৰশ বড়োৱে বেংককলৈ যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে।গোৱালপাৰা জিলাৰ দুধনৈৰ পৰশ বড়ো নামৰ  মাথোঁ ১৪ বছৰ বয়সীয়া ফুটবল খেলা কিশোৰজনক থাইলেণ্ডৰ এটা আগশাৰীৰ ফুটবল ক্লাবে ফুটবলৰ উন্নত পৰ্যায়ৰ প্ৰশিক্ষণ লোৱাৰ বাবে বেংককলৈ নিমন্ত্ৰণ কৰিছিল।

পূৰ্বে বেংকক ব্ৰেভো ফুটবল ক্লাব হিচাপে বিখ্যাত থাইলেণ্ডৰ বেংকক ফুটবল ক্লাবে পৰশ বড়োলৈ এই সুযোগ আগবঢ়াইছে। ‘ইলাইট প্লেয়াৰ্ছ ফুটবল ডেভেলপমেণ্ট কোচিং কেম্প’ নামেৰে বেংককৰ নোথাবুৰিৰ পাক ক্ৰেটত অৱস্থিত মাৰৱিন ষ্টেডিয়ামত মে’ মাহৰ ২৫ তাৰিখৰ পৰা আগষ্টৰ ২৮ তাৰিখলৈকে অনুষ্ঠিত হ’বলগীয়া আধুনিক ফুটবলৰ প্ৰশিক্ষণ কাৰ্যসূচীত তেওঁক উন্নত দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ক্লাবৰ প্ৰশিক্ষক জাকাৰাট টোনহোংছাই পৰশৰ ফুটবলৰ কৌশল প্ৰত্যক্ষ কৰি তেওঁক পৰৱৰ্তী পৰ্যায়লৈকে আগবঢ়াই লৈ যাব।

উললএখ্য যে ২০১৭ চনত নতুন দিল্লীৰ এটা কোচিং চেণ্টাৰত বেংকক ফুটবল ক্লাবৰ বিষয়ববীয়াসকলে পৰশৰ ফুটবলৰ কৌশলসমূহ প্ৰত্যক্ষ কৰিছিল। কিন্তু দুখীয়া পৰিয়ালৰ সন্তান পৰশৰ বাবে এই সপোন পূৰণ কৰাৰ বাবে প্ৰয়োজনীয় ধনৰাশি নাছিল।

অলপতে, পৰশে শিক্ষা গ্ৰহণ কৰা দুধনৈৰ ছেণ্ট পিটাৰ্ছ নেশ্যনেল একাডেমীয়ে তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি আহে। বিদ্যালয়খনৰ অধ্যক্ষ ছাইন কে জেই পৰশক সহায় কৰিবলৈ পাই ভাল লাগিছে বুলি প্ৰকাশ কৰিছে। আন এগৰাকী দাতা প্ৰবীণ ফটো সাংবাদিক ভীষ্ম থাপাই চৰকাৰ আৰু জিলা প্ৰশাসনলৈ আবেদন জনাইছে যাতে পৰশক আৰ্থিক সহায়তা আগবঢ়ায়।নিজৰ সপোনৰ বাটত থকা ধনৰ অভাৱৰ বাধা আঁতৰি যোৱাৰ পাচত পৰশ আনন্দিত হৈ পৰিছে। পৰশে কয় যে তেওঁ ফুটবলৰ নতুন কৌশল শিকাৰ বাবে তেওঁ অত্যন্ত আগ্ৰহী। তেওঁৰ এই সপোন পূৰণ হোৱাটো এটা অসম্ভৱ সপোন পূৰণ হোৱা যেন লাগিছে বুলি পৰশে প্ৰকাশ কৰিছে। তেওঁ আৰু জানিবলৈ দিছে যে ভালেকেইগৰাকী কিংবদন্তি ফুটবলাৰে পৰিধান কৰা ১০ নম্বৰ জাৰ্ছিটো তেওঁক পিন্ধিবলৈ দিছে বেংকক ফুটবল ক্লাবে।

Recent News

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd