• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থাইলেণ্ডৰ আগশাৰীৰ ফুটবল ক্লাবত প্ৰশিক্ষণৰ সুযোগ পৰশ বড়োলৈ

ছফিকুল আহমেদ by ছফিকুল আহমেদ
May 13, 2018 5:53 pm
PARASH BORO
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটবলৰ প্ৰশিক্ষণ লোৱাৰ বাবে অহা দেওবাৰে  ফুটবলৰ প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ পৰশ বড়োৱে বেংককলৈ যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে।গোৱালপাৰা জিলাৰ দুধনৈৰ পৰশ বড়ো নামৰ  মাথোঁ ১৪ বছৰ বয়সীয়া ফুটবল খেলা কিশোৰজনক থাইলেণ্ডৰ এটা আগশাৰীৰ ফুটবল ক্লাবে ফুটবলৰ উন্নত পৰ্যায়ৰ প্ৰশিক্ষণ লোৱাৰ বাবে বেংককলৈ নিমন্ত্ৰণ কৰিছিল।

পূৰ্বে বেংকক ব্ৰেভো ফুটবল ক্লাব হিচাপে বিখ্যাত থাইলেণ্ডৰ বেংকক ফুটবল ক্লাবে পৰশ বড়োলৈ এই সুযোগ আগবঢ়াইছে। ‘ইলাইট প্লেয়াৰ্ছ ফুটবল ডেভেলপমেণ্ট কোচিং কেম্প’ নামেৰে বেংককৰ নোথাবুৰিৰ পাক ক্ৰেটত অৱস্থিত মাৰৱিন ষ্টেডিয়ামত মে’ মাহৰ ২৫ তাৰিখৰ পৰা আগষ্টৰ ২৮ তাৰিখলৈকে অনুষ্ঠিত হ’বলগীয়া আধুনিক ফুটবলৰ প্ৰশিক্ষণ কাৰ্যসূচীত তেওঁক উন্নত দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ক্লাবৰ প্ৰশিক্ষক জাকাৰাট টোনহোংছাই পৰশৰ ফুটবলৰ কৌশল প্ৰত্যক্ষ কৰি তেওঁক পৰৱৰ্তী পৰ্যায়লৈকে আগবঢ়াই লৈ যাব।

Apply Now

উললএখ্য যে ২০১৭ চনত নতুন দিল্লীৰ এটা কোচিং চেণ্টাৰত বেংকক ফুটবল ক্লাবৰ বিষয়ববীয়াসকলে পৰশৰ ফুটবলৰ কৌশলসমূহ প্ৰত্যক্ষ কৰিছিল। কিন্তু দুখীয়া পৰিয়ালৰ সন্তান পৰশৰ বাবে এই সপোন পূৰণ কৰাৰ বাবে প্ৰয়োজনীয় ধনৰাশি নাছিল।

অলপতে, পৰশে শিক্ষা গ্ৰহণ কৰা দুধনৈৰ ছেণ্ট পিটাৰ্ছ নেশ্যনেল একাডেমীয়ে তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি আহে। বিদ্যালয়খনৰ অধ্যক্ষ ছাইন কে জেই পৰশক সহায় কৰিবলৈ পাই ভাল লাগিছে বুলি প্ৰকাশ কৰিছে। আন এগৰাকী দাতা প্ৰবীণ ফটো সাংবাদিক ভীষ্ম থাপাই চৰকাৰ আৰু জিলা প্ৰশাসনলৈ আবেদন জনাইছে যাতে পৰশক আৰ্থিক সহায়তা আগবঢ়ায়।নিজৰ সপোনৰ বাটত থকা ধনৰ অভাৱৰ বাধা আঁতৰি যোৱাৰ পাচত পৰশ আনন্দিত হৈ পৰিছে। পৰশে কয় যে তেওঁ ফুটবলৰ নতুন কৌশল শিকাৰ বাবে তেওঁ অত্যন্ত আগ্ৰহী। তেওঁৰ এই সপোন পূৰণ হোৱাটো এটা অসম্ভৱ সপোন পূৰণ হোৱা যেন লাগিছে বুলি পৰশে প্ৰকাশ কৰিছে। তেওঁ আৰু জানিবলৈ দিছে যে ভালেকেইগৰাকী কিংবদন্তি ফুটবলাৰে পৰিধান কৰা ১০ নম্বৰ জাৰ্ছিটো তেওঁক পিন্ধিবলৈ দিছে বেংকক ফুটবল ক্লাবে।

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd