• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফেচবুক আৰু এলাৰ্ট আছাম পুলিচৰ তৎপৰতাত আত্মহত্যাৰ পৰা ৰক্ষা পৰিল নাবালিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2018 7:27 pm
p-3-570x320
128
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ স্মাৰ্ট ছ’চিয়েল মেডিয়া চেণ্টাৰৰ তৎপৰতাত আত্মহত্যাৰ প্ৰৱণতা থকা এগৰাকী নাবালিকা আত্মহত্যাৰ ৰক্ষা পৰিছে।

আৰক্ষী বিষয়াসকলে প্ৰকাশ কৰিছে যে জুলাইৰ ২৩ তাৰিখে ফেচবুকৰ প্ৰধান কাৰ্যালয়ৰ পৰা অসম আৰক্ষীলৈ এটা বাৰ্তা আহিছিল যে এগৰাকী নাবালিকাই অতি সোনকালে আত্মহত্যা কৰিবলৈ গৈ আছে।

অসম আৰক্ষীৰ স্মাৰ্ট ছ’চিয়েল মেডিয়া চেণ্টাৰ এই ক্ষেত্ৰত নাবালিকাগৰাকীৰ ৰক্ষাকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হ’ল।

এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি এই তথ্য লাভ কৰি অসম আৰক্ষীৰ ছ’চিয়েল মেডিয়া উইংটোৱে সংশ্লিষ্ট স্থানীয় কৰ্তৃপক্ষৰ সৈতে সৃযোগ স্থাপন কৰি ৩০ মিনিটৰ ভিৰতে নাবালিকাগৰাকীৰ স্থান নিৰূপণ কৰি তেওঁৰ নিৰাপত্তা নিশ্চিত কৰে।

ইয়াৰ পূৰ্বে নাবালিকাগৰাকীয়ে তেওঁৰ ফেচবুক ষ্টেটাছ আপডেট কৰিছিল এনেদৰে—‘‘মই আজি আত্মহত্যা কৰিম’’

অৰক্ষীয়ে জনাইছে যে  নাবালিকাগৰাকী আৰু তেওঁৰ পৰিয়ালক মনোবৈজ্ঞানিক পৰামৰ্শ প্ৰদান কৰা হৈছে। নাবালিকাগৰাকীৰ দ্বাৰা তেওঁৰ ছ’চিয়েল মেডিয়া পোষ্টটোও আঁতৰাই দিওঁৱা হৈছে। বৰ্তমান নাবালিকাগৰাকী তেওঁৰ পৰিয়ালৰ সৈতে আছে।

অসম আৰক্ষীৰ সময়োপযোগী হস্তক্ষেপত এটা সাম্ভাব্য কৰুণ ঘটনা সংঘটিত পৰা ৰক্ষা পৰিল।

উল্লেখ্য যে অসম আৰক্ষীৰ ছ’চিয়েল মেডিয়া উইংটো শেহতীয়াভাৱে যথেষ্ট সক্ৰিয় হৈ উঠিছে আৰু এটা পৰিৱৰ্তন আনিবলৈ আৰম্ভ কৰিছে। স্মাৰ্ট ছ’চিয়েল মেডিয়া চেণ্টাৰে মানুহক সহায় কৰা, উৰা বাতৰিৰ বিপক্ষে যুদ্ধ কৰাই নহয়, জীৱনো ৰক্ষা কৰি আছে।

যুৱচামৰ সৈতে ভালদৰে সংযোগ সেতু গঢ়াৰ বাবে অসম আৰক্ষীয়ে শেহতীয়াভাৱে ছ’চিয়েল মেডিয়াত #Thethinkcampaign নামেৰে এটা অভিযান আৰম্ভ কৰিছে। এই অভিযানত শিশু নিৰাপত্তা, মহিলা নিৰাপত্তা, নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ, সামাজিক অপশক্তি আৰু ছ’চিয়েল মেডিয়া নীতিশাস্ত্ৰ আদিৰ সৈতে জড়িত সমস্যাৱলী সামৰি লোৱা হ’ব। সৃষ্টিশীল দৃশ্য মাধ্যমৰ জড়িয়তে অসম আৰক্ষীয়ে এটা সজাগতাৰ সৃষ্টি কৰিবলৈ বিছাৰিছে।

উল্লেখ্য যে কাৰ্বি আংলঙত বৰ্বৰোচিত নিৰ্বিচাৰ ৰাজহুৱা হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত ৰাজ্যত গণ সচেতনতা বৃদ্ধি কৰাৰ বাবে ব্যাপক ছ’চিয়েল মেডিয়াৰ ব্যৱহাৰ ব্যাপক কৰি তোলা হৈছে। আকৰ্ষণীয় আৰু ব্যংগাত্মক টুইটসমূহে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd