DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত টাৱাৰ স্থাপনৰ নামত ধন সংগ্ৰহ কৰিবলৈ অহা প্ৰৱঞ্চকক আটক

ইয়াছিন আলী by ইয়াছিন আলী
March 5, 2018 11:15 am
টাৱাৰ
122
VIEWS
Share on FacebookShare on Twitter

টাৱাৰ স্থাপনৰ নামত ধন সংগ্ৰহ কৰিবলৈ অহা কলকতাৰ এটা প্ৰৱঞ্চকক দেওবাৰে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাত ৰাইজে আটক কৰি আৰক্ষীক গটাই দিয়ে।

প্ৰাপ্ত তথ্য মতে কলকাতাৰ নিলো চলিহা নামৰ এজন যুৱকে ফোন যোগে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাৰ আব্দুল ওহাৱক টাৱাৰ স্থাপনৰ বাবে পৰ্যাপ্ত মাটি আছে নেকি বুলি সোধ পোছ কৰাৰ লগতে তেওঁৰ মাটিত টাৱাৰ স্থাপন কৰাৰ বিনিময়ত তেওঁক ২০ লাখ টকা দিয়া হ’ব বুলিও কয়।

ইফালে প্ৰৱঞ্চক চলিহাই আব্দুলক টাৱাৰ স্থাপনৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে ১৭ হাজাৰ টকাৰ অগ্ৰিম ধন দিব লাগিব বুলি কয়।

সেই উপলক্ষে প্ৰৱঞ্চক চলিহা নথি-পত্ৰ পূৰণৰ উদ্দেশ্যে আহি বঙাইগাঁও জিলাৰ ভাণ্ডাৰাত উপস্থিত হয়হি।

আনহাতে স্থানীয় ৰাইজৰ চলিহাৰ ওপৰত সন্দেহ ওপজাত বিভিন্ন ধৰণৰ প্ৰশ্ন কৰাত চলিহাই সঠিকভাৱে উত্তৰ দিব নোৱাৰাত স্থানীয় ৰাইজে চলিহা যে এটা প্ৰৱঞ্চক সেই সম্পৰ্কত নিশ্চিত হয়। ফলত স্থানীয় ৰাইজে প্ৰৱঞ্চক চলিহাক উত্তম-মধ্যম শোধাই আৰক্ষীক চমজাই দিয়ে।

উল্লেখযোগ্য যে প্ৰৱঞ্চক চলিহাই টাৱাৰ স্থাপনৰ বাবদ আন দুজন ব্যক্তিৰ পৰাও ১৭ হাজাৰকৈ টকাৰ দুখন চেক লৈছে যদিও উক্ত লোক দুজনৰ মাটিত বৰ্তমানলৈকে কোনো ধৰণৰ টাৱাৰ বহুৱা হোৱা নাই।

ইতিমধ্যে আব্দুল ওহাৱ নামৰ ব্যাক্তিজনে প্ৰৱঞ্চক নিলো চলিহাৰ বিৰুদ্ধে স্থানীয় আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd