• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱৰ ভাণ্ডাৰাত এয়াৰটেল কোম্পানীৰ নিম্নমানৰ নেটৱৰ্কৰ বাবে স্থানীয় ৰাইজৰ প্ৰতিবাদ

NE NOW NEWS ইয়াছিন আলী
কোকিলা , March 23, 2018 8:07 pm

1 min read

বঙাইগাঁৱৰ ভাণ্ডাৰাত এয়াৰটেল কোম্পানীৰ নিম্নমানৰ নেটৱৰ্কৰ বাবে স্থানীয় ৰাইজৰ প্ৰতিবাদ
84
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে দুপৰীয়া বঙাইগাঁও জিলাৰ ভাণ্ডাৰা বজাৰত স্থানীয় ৰাইজে এয়াৰটেল কোম্পানীৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখযোগ্য যে এয়াৰচেল কোম্পানীটো বন্ধ হোৱাৰ পিছতে শেহতীয়াকে আজি কিছুদিনৰ এয়াৰটেলৰ নেটৱৰ্কো বেয়া হৈ পৰাত বিভিন্ন ঠাইৰ এয়াৰটেলৰ গ্ৰাহক সকল বিভিন্ন সমস্যাত পৰিছে। ফলত এয়াৰটেলৰ গ্ৰাহক সকল কোম্পানীটোৰ ওপৰত ক্ষোভিত হৈ পৰে। আনিক ঠাইয়ে ঠাইয়ে এয়াৰটেলৰ শেহতীয়াকৈ এনে কাৰ্যকলাপৰ বাবে প্ৰতিবাদো জনাইছে।

ইফালে শুকুৰবাৰে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাটো স্থানীয় ৰাইজে এয়াৰটেলৰ উপযুক্ত নেটৱৰ্ক নাপাই অতিষ্ঠ হৈ পৰি স্থানীয় লোকে এয়াৰটেল কোম্পানীটোৰ সা-সামগ্ৰী জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে ‘এয়াৰটেল কোম্পানী হাঁয় হাঁয়, লুণ্ঠনৰাজ বন্ধ কৰক, শীঘ্ৰে নেটৱৰ্কৰ ব্যৱস্থা কৰক, আমাৰ নেটৱৰ্ক লাগিব’ আদি প্ৰতিবাদী শ্ল’গানেৰে ভাণ্ডাৰা বজাৰ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়া মতে এয়াৰটেল কোম্পানীটোৰ নেটৱৰ্ক বৃহস্পতিবাৰৰ পৰা অতি বেয়া হৈ পৰাত তেওঁলোক বহু সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়।

তাৰোপৰি প্ৰতিবাদকাৰী সকলে পৰ্যাপ্ত পৰিমাণৰ নেটৱৰ্ক যোগান ধৰিব নোৱাৰিলে এয়াৰচেলৰ দৰে এয়াৰটেল কোম্পানীটোকো বন্ধ কৰাই ভাল বুলি মন্তব্য কৰে। লগতে অনাগত দিনত ৰাইজক লুণ্ঠন কৰা বন্ধ নকৰিলে কোম্পানীটোৰ বিৰুদ্ধে ইয়াতকৈও ভয়াবহ আন্দোলন কৰিব বুলি জানিবলৈ দিয়ে।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd