• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱৰ যোগীঘোপাত কয়লা ব্যৱসায়ীক গুলী চালনা দুৰ্বৃত্তৰ

NE NOW NEWS এন ই নাও নিউজ
বঙাইগাঁও , February 4, 2018 9:51 am

1 min read

GUNSHOT
131
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে নিশা বঙাইগাঁৱৰ যোগীঘোপাত আজমল হক নামৰ এজন কয়লা ব্যৱসায়ীক এটা দুৰ্বৃত্তৰ দলে গুলী চালনা কৰি আহত কৰে। জানিব পৰা মতে শনিবাৰে ৩১(খ) নং ঘাইপথৰ আই চি আই চি আই বেংকৰ সমীপত দুৰ্বৃত্তই হকক পিঠিত গুলীয়াই আহত কৰিছিল।

গুলীচালনাৰ ঘটনা সংঘটিত কৰিয়েই দুৰ্বৃত্তৰ দলটো ঘটনাস্থলীৰ পৰা মটৰচাইকেলেৰে পলাই যাবলৈ সক্ষম হয়।

আনহাতে আজমলৰ পৰিয়ালৰ লোকে নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে আজমলক গুলীওৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। জানিব পৰা মতে ৬ ফেব্ৰুৱাৰীত যোগীঘোপা ৰে’লৱে ঠিকাদাৰ শ্ৰমিক সন্থাৰ নিৰ্বাচনত সভাপতি পদত প্রতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছিল আজমল হক নামৰ কয়লা ব্যৱসায়ীজন।

শনিবাৰে পুৱা বাবু শৰ্মা আৰু অহেদুল হক নামৰ দুজন লোকে আজমলক ভাবুকি দিয়াৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালৰ লোকে গুলীচালনাৰ ঘটনাৰ তেওঁলোকে জড়িত থকা বুলি সন্দেহ কৰিছে। বৰ্তমান আজমল হকক নেমকেয়াৰ হাস্পতালত চিকিৎসাজনিত কাৰণত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd