• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বজালীত এয়াৰটেল সেৱাই জ্বলাকলা খুৱাইছে গ্ৰাহকক

NE NOW NEWS শশাংক তালুকদাৰ
বজালী , March 9, 2018 11:51 am

1 min read

PicsArt_03-08-10.59.48-570x320
92
VIEWS
Share on FacebookShare on Twitter

বজালী অঞ্চলৰ এয়াৰটেলৰ গ্ৰাহকসকলে সমস্যাৰ সন্মুখীন হৈছে। ৰাইজে তেওঁলোকৰ মোবাইলত ৰিচাৰ্জ কৰিব পৰা নাই আৰু নেটৱৰ্ক সেৱা অত্যন্ত বেয়া।

অসমৰ বৰপেটা জিলাৰ বজালী অঞ্চলৰ লোকসকলে টেলিকম কোম্পানী এয়াৰটেলৰ অনুন্নত সেৱাৰ বাবে গুৰুতৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

কল ড্ৰপ, পৰ্যাপ্ত নেটৱৰ্ক নোহোৱা, অস্পষ্ট মাত, মন্থৰ ইন্টাৰনেট সেৱা আদি হৈছে সততে বজালী অঞ্চলৰ এয়াৰটেল ব্যৱহাৰকাৰীয়ে সন্মুখীন হৈ অহা কেইটামান সমস্যা।

তিত্কাৰ দৰে পাঠশালা চহৰৰ কিছুমান অঞ্চলত কোনো নেটৱৰ্কেই নাই।

এই অঞ্চলসমূহৰ মোবাইল ফোনসমূহত কোনো নেটৱৰ্ক পাবলৈ নাই। সন্ধিয়াৰ পৰা আৰম্ভ কৰি ৰাইজে তেওঁলোকৰ ফোনত আনকি ৰিচাৰ্জ কৰিবও নোৱাৰে অথবা এয়াৰটেলৰ ডিটিএইচ সেৱা গ্ৰহণ কৰিব নোৱাৰে।

ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক অনুন্নত মোবাইল টাৱাৰসমূহ মেৰামতি কৰাৰ বাবে আৰু মোবাইল সেৱা উন্নত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

নাগৰিকৰ জীৱন যাত্ৰাৰ অৱিচ্ছেদ্য অংগ হৈ পৰা এই সেৱা অবিহনে বৰ্তমান সময়ত বিকাশৰ সংজ্ঞাই অচল বুলিও সচেতন মহলে মন্তৱ্য কৰিছে।

গ্ৰাহকসকলে অভিযোগ কৰে যে তেওঁলোকে ৰিচাৰ্জ ক্ৰয় কৰে, বেছি টকাৰ নেট পেক লয়, কিন্তু উপযুক্ত সেৱা তেওঁলোকে নাপায়।

 

Recent News

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

ajp

অসম জাতীয় পৰিষদৰ কোনে ক’ৰ পৰা লাভ কৰিলে প্ৰাৰ্থিত্ব?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

a bjp

প্রতীক্ষাৰ অন্ত: বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd