DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বনৰক্ষী সকলৰ বাবে কাজিৰঙাত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

উত্তম শইকীয়া by উত্তম শইকীয়া
January 30, 2018 9:16 pm
Kaziranga-forest-guards-training
397
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বাগৰি ৰেঞ্জত বনৰক্ষী সকলৰ কাৰনে এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে।

‘প্ৰশিক্ষকৰ প্ৰশিক্ষণ’ শীৰ্ষক ৰাজ্যৰ বন বিভাগৰ পৃষ্ঠপোষকতাত আয়োজিত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীটোত ৩০ গৰাকী বনৰক্ষীক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

উক্ত প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত বনৰক্ষী সকলে তেওঁলোকৰ সংশ্লিষ্ট ফৰেষ্ট ৰেঞ্জ সমূহলৈ উভতি গৈ আন বনকৰ্মী সকলক প্ৰশিক্ষণ দিব।

উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাৰ এখন ফৰেষ্ট কলেজৰ অভিজ্ঞ প্ৰশিক্ষক ৱেন্টাৰ ক’মব্ৰিকে নিৰ্বাচিত ৩০গৰাকী বনৰক্ষীক প্ৰশিক্ষণ দিছে।

বনৰক্ষী সকলক চোৰাংচিকাৰীৰ বিৰুদ্ধে যুঁজাৰ লগতে ক্ষেত্ৰ নিৰীক্ষণ, উন্নতমানৰ অস্ত্ৰৰ ব্যৱহাৰ তথা যিকোনো প্ৰতিকূলতাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আৰু ৱৰ্ল্ড ৱাইল্ডলাইফ ফাণ্ডৰ সহযোগত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়াসকল উপস্থিত থাকে।

উক্ত ৩০ গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰৰ ১০ গৰাকীক পিছৰ পৰ্যায়ত উচ্চমানৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হ’ব বুলি কাজিৰঙাৰ মাণ্ডলিক বন বিষয়া ৰোহিনী বল্লভ শইকীয়াই জানিবলৈ দিয়ে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জত দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দি শইকীয়াই কয় যে এই প্ৰশিক্ষণে বনৰক্ষী সকলক চোৰাংচিকাৰীক প্ৰতিৰোধ কৰাত অধিক দক্ষ কৰি তুলিব।

 

Recent News

bryophyllum

আপোনাৰ পদূলিৰ কাষতে থকা দুপৰ টেঙাৰ আছে অনেক ঔষধি গুণ: জানো আহক এনে ঔষধি গুণৰ বিষয়ে

kali poster controversy

‘কালী’ পোষ্টাৰ বিতৰ্ক: চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইক শিৰচ্ছেদৰ ভাবুকি হিন্দু সন্তৰ

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd