• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন বিভাগৰ আন এটা বৃহৎ সফলতা : আন চাৰিজন বাঘ চিকাৰীক গ্ৰেপ্তাৰ

NE NOW NEWS প্ৰণৱ কুমাৰ দাস
তেজপুৰ , July 7, 2018 8:23 pm

1 min read

Pocher_Tiger

ফটোত ধৃত চোৰাংচিকাৰীকেইজনক দেখা গৈছে।

97
VIEWS
Share on FacebookShare on Twitter

ওৰাং বনাঞ্চলিক বিষয়াৰ নেতৃত্বৰ এটা অভিযানকাৰী দল আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা চাৰিজনকৈ চোৰাংচিকাৰীক ধৰিবলৈ সক্ষম হৈছে। লগতে চোৰাংচিকাৰীকেইজনে এটা বাঘ হত্যা কৰি তাৰ ছাল আৰু হাড় লুকুৱাই থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে।

বনাঞ্চলিক বিষয়াজনে জনোৱা মতে, এই চোৰাংচিকাৰীকেইজন ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ কেইবাটাও বাঘ হত্যাৰ সৈতে জড়িত।

ধৃত চোৰাংচিকাৰীকেইজনৰ নাম হ’ল ক্ৰমে আব্দুল কাছেম, জিয়াবুৰ ৰহমান, ৰাফুল আহমেদ আৰু আইজুল ইচলাম। আটাইকেইজন শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বুলি জানিব পৰা গৈছে।

বন বিষয়াকেইজনে জনোৱামতে চোৰাংচিকাৰীকেইজনক তেজপুৰৰ আদালতত হাজিৰ কৰোৱা হয়। ইতিপূৰ্বে বাঘ চিকাৰত জড়িত আন দুজন চোৰাং চিকাৰীক জেইললৈ পঠোৱা হৈছিল।

সূত্ৰটোৱে জনোৱামতে, এই চোৰাংচিকাৰীৰ দলটোৱে বিগত বহু দিন ধৰি ৰাষ্ট্ৰীয় উদ্যানখনত বাঘ চিকাৰ কৰি তাৰ ছাল, হাড় আদি চোৰাং বজাৰত বিক্ৰী কৰি আহিছিল।

 

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd