• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশত আলফা(স্বা)ৰ স্থিতি ! বনাঞ্চলৰ বাংকাৰত ৰকেটকে ধৰি মাৰণাস্ত্ৰ উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2018 7:39 am
সাতছড়ি-জাতীয়-উদ্যান-768x533
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সীমান্তত থকা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত আলফা (স্বা)ৰ স্থিতি পুনৰ প্ৰকাশ পাইছে শেহতীয়াকৈ উদ্ধাৰ হোৱা মাৰণাস্ত্ৰৰ ভাণ্ডাৰৰ পৰা।

দেশখনৰ ত্ৰিপুৰা সীমান্তৱৰ্তী বনাঞ্চলত অত্যাধুনিক মাৰণাস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাৰ ঘটনাই পুনৰ দেশখনত আলফাৰ স্থিতি ঠন ধৰি উঠাৰ ইংগিত বহন কৰিছে।

Apply Now

বাংলাদেশৰ ভূখণ্ডত আলফাৰ ঘাটিসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰা বুলি দেশখনৰ চোৰাংচোৱা তথা নিৰাপত্তা বাহিনীসমূহে দাবী কৰি অহাৰ সময়তে এনেধৰণে বিশাল অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰৰ ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দেশখনৰ চৰকাৰ অথবা নিৰাপত্তা বাহিনীয়ে এতিয়াও এই সম্পৰ্কত কোনো তথ্য সদৰি কৰা নাই যদিও বনাঞ্চলৰ এটা বাংকাৰত উদ্ধাৰ হোৱা টেংক বিধ্বংসী ৰকেটকে ধৰি মাৰণাস্ত্ৰৰ ভাণ্ডাৰ আলফাৰে হ’ব বুলি সন্দেহ কৰা হৈছে।

চুবুৰীয়া দেশখনৰ বনাঞ্চলত ঘাটি পাতি এনেধৰণে মাৰণাস্ত্ৰৰ ভাণ্ডাৰ গঢ়ি তুলি তাৰ পৰাই কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰা বুলি ধাৰণা কৰা হৈছে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি চুবুৰীয়া বাংলাদেশৰ চুনাৰঘাট উপ-জিলাৰ অন্তৰ্গত হাবিগঞ্জৰ সাতচাৰি ৰাষ্ট্ৰীয় উদ্যানত অভিযান চলাই ৰেপিড একশ্যন বেটেলিয়নে এই অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে।

বাহিনীটোৰ শীৰ্ষ বিষয়াগৰাকীয়ে সাংবাদিকক জনোৱা মতে তেওঁলোকে যোৱা শুকুৰবাৰৰ সন্ধিয়াৰ পৰা শনিবাৰৰ আৱেলিলৈকে ৰাষ্ট্ৰীয় উদ্যানখনত ব্যাপক অভিযান চলায়।

এই অভিযানত বনাঞ্চলৰ এক দুৰ্গম স্থানত থকা এটা বাংকাৰৰ পৰা ১০ টা টেংক বিধ্বংসী ৰকেট আৰু বিপুল পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰে। চীনত নিৰ্মিত প্ৰায় ৪০ মিটাৰ দীঘল এই ৰকেটসমূহে ১৫০০ কিলোমিটাৰ দূৰত্ব ভেদি টেংককে ধৰি যিকোনো বাহন ধ্বংস কৰিব পাৰে।

উল্লেখযোগ্য যে পূৰ্বেও এই বনাঞ্চলৰ পৰাই ৰেপিড একশ্যন বাহিনীয়ে ৰকেট লাঞ্চাৰ, মৰ্টাৰকে ধৰি অত্যাধুনিক মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd