DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশৰ অসমীয়া সমাজৰ নেতা মৃণালকান্তি অসমৰ পৰলোক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2018 2:19 pm
বাংলাদেশৰ ৰঙামাটিত থকা অসমীয়া সম্প্ৰদায়ৰ একাংশ লোক।

বাংলাদেশৰ ৰঙামাটিত থকা অসমীয়া সম্প্ৰদায়ৰ একাংশ লোক।

257
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ চট্টগ্ৰামত থকা অসমীয়া সমাজখনৰ এজন মুখিয়াল তথা সম্প্ৰদায়টোৰ অন্যতম নেতা মৃণালকান্তি অসমৰ যোৱা ৩ জানুৱাৰিৰ পূৱতি নিশা পৰলোকগমন হয়।

মৃণালকান্তি অসমৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৰণৰ সময়ত তেওঁৰ বয়স ৮৮ বছৰ আছিল।

মৃণালকান্তি অসম।

জীৱনকালত তেওঁ বাংলাদেশৰ চট্টগ্ৰাম পাৰ্বত্য অঞ্চলৰ, অসমীয়া লোকক প্ৰতিনিধিত্ব কৰা একমাত্ৰ সংগঠন “অহমীয়া কল্যাণ সংসদ“ৰ সভাপতি হৈ কেইবা বছৰ ধৰি নেতৃত্ব প্ৰদান কৰিছিল। তেওঁ বিভিন্ন সামাজিক কামৰ লগতো জৰিত আছিল।

তেওঁৰ বিয়োগে বাংলাদেশৰ চট্টগ্ৰাম পাৰ্বত্য অঞ্চলৰ অসমীয়া লোকৰ মাজত শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে গুৱাহাটীৰ উজান বজাৰ নিৱাসী চিকিৎসক ডাঃ সত্যকাম ফুকনৰ নেতৃত্বত ৰঙামাটি-চিটাগঙত থকা অসমীয়া মানুহখিনিৰ সৈতে অসমৰ পৰা ভাষিক আৰু সাংস্কৃতিক আদান-প্ৰদানৰ প্ৰয়াস বহু দিনৰ পৰা চলি আছে আৰু তেওঁলোকে এতিয়া সঘনাই অসমৰ অসমীয়া সমাজখনৰ সৈতে যোগাযোগ ৰক্ষা কৰে।

Recent News

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd