DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশৰ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত বিদ্যুৎ কটকীৰ ‘শৈশৱতে ধেমালিতে’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 9:33 pm
বাংলাদেশৰ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত বিদ্যুৎ কটকীৰ  ‘শৈশৱতে ধেমালিতে’
221
VIEWS
Share on FacebookShare on Twitter

বিদ্যুৎ কটকীৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ ‘শৈশৱতে ধেমালিতে’ বাংলাদেশৰ প্ৰথিতযশা প্ৰায় ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে। অসম আন্দোলনৰ সময়ত ডাঙৰ হোৱা এটি শিশুৰ মানসিক সংঘাতক বিষয় হিচাপে লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰখন মহোৎসৱটোৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা শাখাৰ বাবে নিৰ্বচিত হৈছে। চলচ্চিত্ৰখনৰ এই প্ৰাপ্তিত উৎফুল্লিত হৈ পৰা বিদ্যুৎ কটকীয়ে চলচ্চিত্ৰখনে দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হ’ব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে চলচিচত্ৰখনে ইতিমধ্যে ৰষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত হলিউদৰ চিনেফেষ্টত অৰ্জন কৰা শ্ৰেষ্ঠ বিদেশী চলচিচত্ৰৰ সন্মান আৰু গোৱাত অনুষ্ঠিত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচিচত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে নিৰ্বাচিত হোৱাতো অন্যতম। ১৬ জানুৱাৰিত মুক্তি পাব লগীয়া চলচিচত্ৰখনত অভিনয় কৰিছে ভিক্তৰ বেনাৰ্জি, দিপান্দিতা শৰ্মা, নকুল বৈদ্য, নিপন গোস্বামী ইত্যাদিয়ে।

Recent News

সলনি হ’ব লক্ষ্ণৌৰ নাম! কি নাম হ’ব পাৰে লক্ষ্ণৌৰ ?

সলনি হ’ব লক্ষ্ণৌৰ নাম! কি নাম হ’ব পাৰে লক্ষ্ণৌৰ ?

6 MONTH OLD BABY GETS TATTOOED!

বিশ্বজুৰি জনপ্ৰিয় হৈছে আমেৰিকাৰ ছয় মহীয়া শিশু ট্ৰলিন: জনপ্ৰিয়তাৰ আঁৰত কি!

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd