DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশৰ মুক্তিযোদ্ধা বীৰ প্ৰতীক কাকন বিবিৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2018 11:15 am
Kakon-Bibi-570x320
101
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে নিশা দেহাৱসান ঘটা বাংলাদেশৰ মুক্তিযোদ্ধা বীৰ প্ৰতীক নূৰজাহান কাকন বিবিৰ নশ্বৰ দেশ সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে বৃহস্পতিবাৰে সুনামগঞ্জ জিলাৰ দুৱাৰাবাজাৰ উপজিলাৰ জিৰাৰগাঁৱৰ তেওঁৰ বাসভৱনত সমাধিস্থ কৰা হয়।

বাৰ্দ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ১০৩ বছৰ বয়সত কাকন বিবিয়ে ছিলেট এমএজি ওছমানি মেডিকেল কলেজ এণ্ড হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁ এগৰাকী কন্যা আৰু একাংশ আত্মীয়কে ধৰি বহু গুণমুগ্ধক এৰি যায়। সমাজৰ সকলো শ্ৰেণীৰ লোকে বিশিষ্ট মুক্তিযোদ্ধা গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনায় আৰু ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদানৰ পিছতে লক্ষ্মীপুৰ কেন্দ্ৰীয় স্বাস্থ্য কেন্দ্ৰৰ চৌহদত নামাজ-ই জানাজা অনুষ্ঠিত কৰা হয়।

বিভিন্ন ৰাজনৈতিক আৰু সামাজিক-সাংস্কৃতিক সংগঠন, প্ৰসিদ্ধ ব্যক্তিয়ে হাস্পাতালৰ পৰা কফিনত তেওঁৰ নশ্বৰ দেহ ঘৰলৈ লৈ যোৱাৰ সময়ত শ্ৰদ্ধাঞ্জলি জনায়।

সুমনগঞ্জৰ উপায়ুক্ত ছাবিৰুল ইছলাম, আৰক্ষী অধীক্ষক বৰকত উল্লা খান, দুৱাৰাবাজাৰ উপজিলা পৰিষদৰ অধ্যক্ষ ইদ্ৰিছ আলী, উপজিলা মুক্তিযোদ্ধা কমাণ্ডাৰ এম ছফৰ আলীয়ে অন্যান্যসকলৰ সৈতে নামাজ-ই-জানাজাত উপস্থিত থাকে।

স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাৰ পিছত সোমবাৰে তেওঁক হাস্পাতালৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল। তেওঁ বহুদিনৰ পৰা এজমা আৰু হৃৎপিণ্ডৰ ৰোগত ভূগি আছিল আৰু অলপতে নিউমোনিয়াত আক্ৰান্ত হৈছিল।

১৯৭১ চনত কাকন বিবিক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পাকিস্তানী সেনাই নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। তেওঁ এগৰাকী যুদ্ধৰ চোৰাংচোৱা হিচাপে কাম কৰিছিল আৰু পাকিস্তানী সেনাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁ সাহসেৰে সন্মুখ সমৰকে ধৰি প্ৰায় ২০ খন যুদ্ধত অংশ লৈছিল।

কাকন বিবিয়ে আমবাৰীৰ যুদ্ধত ভৰিত গুলিৰ আঘাত পাইছিল। মৃত্যুৰ সময়লৈকে তেওঁৰ দেহত সেই গুলিৰ আঘাতৰ চিহ্ন লৈ আছিল।

পৰিয়ালৰ এক সূত্ৰই জনোৱা মতে কাকন বিবিৰ জন্ম হৈছিল মেঘালয়ৰ খাচী পাহাৰৰ এটা খাচী পৰিয়ালত। ১৯৭০ চনত তেওঁৰ সুমনগঞ্জৰ ডিৰাইউপজিলাৰ ছাহিদ আলীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছত নামটো নূৰজাহান বেগম হিচাপে সলনি কৰা হৈছিল।

১৯৯৬ চনত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই তেওঁক সন্মানিত কৰে। মুক্তি যুদ্ধত তেওঁ যোগোৱা অনবদ্য বৰঙণিৰ বাবে তেওঁক বীৰ প্ৰতীক খিতাপ প্ৰদান কৰা হৈছিল।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd