• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাওঁপন্থাৰ বিলোপন দেশৰ বাবে এক বিপৰ্য্যয় : জয়ৰাম ৰমেশ

NE NOW NEWS এন ই নাও নিউজ
ত্ৰিবান্দম , March 5, 2018 5:03 pm

1 min read

বাওঁপন্থাৰ বিলোপন দেশৰ বাবে এক বিপৰ্য্যয় : জয়ৰাম ৰমেশ

জয়ৰাম ৰমেশ

138
VIEWS
Share on FacebookShare on Twitter

জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক শক্তিশালী বাওঁপন্থা ভাৰতত প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰিছে।

ত্ৰিপুৰাত চি পি আই (এম) নেতৃত্বাধীন বাওঁ মৰ্চাৰ পৰাজয়ৰ প্ৰসংগত ৰমেশে কয়, ‘ভাৰতত বাওঁপন্থা শক্তিশালী হ’ব লাগিব। বাওঁপন্থাৰ বিলোপন দেশৰ বাবে এক বিপৰ্য্যয়।’

‘আমি বাওঁপন্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি যাম আৰু আমি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী’ বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘কিন্তু মই ক’ব খোজো যে ভাৰতে বাওঁপন্থাৰ বিলোপনৰ ভাৰ সহিব নোৱাৰিব।’

ত্ৰিবান্দমত স্থপতিবিদ লৰি বে’কাৰৰ শতবৰ্ষ উদযাপনৰ মূল ভাষণ প্ৰদান কৰি ৰমেশে কয় যে বাওঁপন্থীসকলে ৰাইজৰ আশা-আকাংক্ষা বুজিবলৈ চেষ্টা কৰা উচিত।

তেওঁ এই মন্তব্য কৰাৰ সময়ত চি পি আই (এম) নেতা তথা কেৰালাৰ বিত্ত মন্ত্ৰী টি এম টমাচো উপস্থিত আছিল।

শেহতীয়াকৈ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপি-আই পি এফ টি মিত্ৰজোঁটৰ হাতত চি পি আই (এম) পৰাজিত হৈছিল। শনিবাৰে ঘোষিত ফলাফলত বিজেপিয়ে ৩৫ খন আৰু আই পি এফ টিয়ে ৮ খন আসন পাইছিল।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd