• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

বাওঁমৰ্চাই গোটেই ৬০ খন আসন পালেও আচৰিত হ’ব লগীয়া একো নাই : সুৰ্য্যকান্ত মিশ্ৰ

NE NOW NEWS পান্না ঘোষ
কমলপুৰ , January 30, 2018 6:21 pm

1 min read

81
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত বাওঁমৰ্চাই গোটেই ৬০ খন আসন পালেও আচৰিত হ’ব লগীয়া একো নাই। ত্ৰিপুৰাৰ ৪৫ কমলপুৰ সমষ্টিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে চি পি আই (এম) পলিটব্যুৰোৰ সদস্য তথা পশ্চিম বংগৰ ৰাজ্যিক সচিব সূৰ্য্যকান্ত মিশ্ৰই। সভাখনত তেওঁ দাবী কৰে যে আগন্তুক অষ্টম ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বাওঁ মৰ্চাই পুনৰ শাসনলৈ ঘূৰি আহিব।

উল্লেখযোগ্য যে অহা ১৮ ফেব্ৰুৱাৰিত ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ ফলাফল ঘোষিত হ’ব ৩ মাৰ্চত।

আজি ৪৫ কমলপুৰ সমষ্টিত প্ৰাৰ্থী বিজয়লক্ষ্মী সিনহাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল সূৰ্য্যকান্ত মিশ্ৰই। সভাখনত ৪৬ সুৰমা সমষ্টিৰ অঞ্জন দাসো উপস্থিত থকাৰ লগতে আন আন ভালেমান নেতা-কৰ্মী উপস্থিত আছিল।

‘বাওঁমৰ্চা বিৰোধী শক্তিয়ে অতীতত বাওঁমৰ্চাক হৰুৱাবৰ বাবে বাৰে বাৰে চেষ্টা কৰি আহিছে। কিন্তু তেওঁলোক সদায়ে ব্যৰ্থ হৈ আহিছে।’ এইদৰে কয় নেতাজনে।

তেওঁ কয় যে বাওঁশক্তিৰ ভেটিটো বেচ মজবুত, কাৰণ খাটিখোৱা মানুহবোৰ ঐক্যবদ্ধ হৈ আছে আৰু তেওঁলোকে সুপ্ৰশাসন আৰু বিকাশৰ উপকাৰ পাই আছে।

তেওঁ কয় যে বাওঁ দলৰ লক্ষ্য কেৱল নিৰ্বাচন জিকাটোৱেই নহয়। লগতে শোষণ বিহীন সমাজ এখনৰ বাবে শক্তিশালী আন্দোলন গঢ়ি তোলা।

‘আমি তেওঁ এইবুলিও কয় যে বাওঁ ভাবাদৰ্শক কেৰালা, পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ সীমা অতিক্ৰমী দেশৰ খাটিখোৱা মানুহৰ মাজলৈ লৈ যাব লাগিব।

Recent News

5636c540ce40979bb1d8ad27138e0857a1ae3813cbaaaf5a25ffd29a7fb83d38-750x375

কৰ’নাৰ ভয়ংকৰ সংক্ৰমণৰ মাজতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ভাৰত ভ্ৰমণ বাতিল

Pradhan-Mant

কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বন্ধ কৰিলে চৰকাৰে, মৃত্যু ঘটিলেও পৰিয়ালে নাপাব সাহায্য!

Jakhalabandha police

অত্যাধুনিক মাৰণাস্ত্ৰসহ ৩জন চোৰাং চিকাৰীক আটক কৰিলে জখলাবন্ধা আৰক্ষীয়ে

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd