• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাৰ আনন্দবজাৰত মহিলাক ধৰ্ষণ কৰি চোকা অস্ত্ৰেৰে আক্ৰমণ

NE NOW NEWS শশাংক তালুকদাৰ
বাক্সা , April 17, 2018 8:03 pm

1 min read

Crimes-Against-Women-680x365
73
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত শেহতীয়াভাৱে সংঘটিত হৈ অহা নাৰীৰ ওপৰত যৌন  নিৰ্যাতনৰ ঘটনাৰ মাজতে কালি নিশা বাক্সাৰ আনন্দবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত কচুগাঁৱত আন এক এনে নাৰকীয় কাণ্ড সংঘটিত হয়।

প্ৰাপ্ত তথ্য অনুসৰি কচুগাঁৱৰ এগৰাকী বিবাহিতা মহিলাক ৰফিকুল ভূঞা নামৰ এজন পঞ্চাশোৰ্ধৰ লম্পট চৰিত্ৰৰ লোকে প্ৰথমে ধৰ্ষণ কৰি পিছত চোকা অস্ত্ৰৰে আঘাত কৰে।

ঘটনাৰ বিৱৰণি অনুসৰি একেখন গাঁৱৰে ৰফিকুলে নিশা প্ৰায় ১১ বজাত কোনো নথকাৰ সুযোগ লৈ মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি বিজুলী সংযোগ বিছিন্ন কৰি দিয়ে।

ইয়াৰ পিছতে লোকজনে শুই থকা মহিলাগৰাকীৰ ওপৰত জঁপিয়াই পৰি অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ উপৰি লগত নিয়া চোকা অস্ত্ৰৰে মহিলাগৰাকীৰ দেহত উপৰ্যুপৰি আঘাত কৰে।

লোকজনৰ আক্ৰমণত মহিলাগৰাকীয়ে চিঞৰ-বাখৰত পৰিয়ালৰ অন্য লোকৰ উপৰি ওচৰ-চুবুৰীয়া আহি তেওঁক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক প্ৰথমে শালবাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক বৰপেটা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আনহাতে দুষ্কাৰ্য সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰা ৰফিকুলক নিৰ্যাতিতা মহিলাগৰাকীৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত আনন্দবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd