• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাজেটত বড়োলেণ্ড আন্দোলনৰ চহিদ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা : এবছু নেতৃবৃন্দৰ আদৰণি

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , March 13, 2018 3:32 pm

1 min read

72
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে অসম বিধানসভাৰ মজিয়াত দাখিল কৰা বাজেটত বড়োলেণ্ড আন্দোলনৰ চহিদসকলৰ পৰিয়ালৰ লোকক আৰ্থিক সাহায্য প্ৰদানৰ বাবে চৰকাৰে কৰা ঘোষণাক সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ নেতৃবৃন্দই ধন্যবাদ জ্ঞাপন কৰে।

এই আৰ্থিক সাহায্যৰ জৰিয়তে চহিদ পৰিয়ালৰ লোকসকলে যথেষ্ট পৰিমাণে সকাহ পাব বুলি উল্লেখ কৰে এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইচলাৰীয়ে।

বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত দাখিল কৰা সাধাৰণ বাজেটৰ সন্ধিয়া এবছুৰ সাধাৰণ সম্পাদক ইচলাৰীয়ে এক প্ৰেছ বিবৃতি প্ৰকাশ কৰে।

সদৌ বড়ো ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ তৰফৰ পৰা আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। কিয়নো চৰকাৰে বড়োলেণ্ড আন্দোলনৰ চহিদসকলৰ পৰিয়ালৰ লোকক আৰ্থিক সাহায্য প্ৰদান কৰাৰ যি মহানতা প্ৰদৰ্শন কৰিছে তাৰ ফলত সেই পৰিয়ালসকল আৰ্থিকভাৱে কিছু স্বচ্ছল হ’ব। এবছুৰ বিবৃতিটোত এইদৰে কোৱা হৈছে।

ইচলাৰীয়ে আৰু কয় যে, বড়োলেণ্ড আন্দোলনৰ সময়ত চহিদ হোৱা লোকসকলৰ প্ৰতি অসম চৰকাৰে দেখুওৱা সন্মানৰ বাবে আমাৰ সংগঠনৰ ফালৰ পৰা পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিলো।

ইয়াৰোপৰি চৰকাৰে ঘোষণা কৰা আৰ্থিক সাহায্যৰ জৰিয়তে সেই পৰিয়ালসকল আৰ্থ-সামাজিক দিশত আগবাঢ়ি যাবলৈ সক্ষম হ’ব বুলিও আশা প্ৰকাশ কৰে সম্পাদক ইছলাৰীয়ে।

Recent News

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd