DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, December 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বালিপৰাত গুলী ফুটুৱাই হাতী খেদিলে বন বিভাগে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2017 3:48 pm
138
VIEWS
Share on FacebookShare on Twitter

যোৱা নিশা বালিপৰাৰ ওচৰত উজনিমুৱা গুৱাহাটী-নাহৰলগুন এক্সপ্ৰেছৰ খুন্দাত ছটাকৈ হাতীয়ে মৃত্যুবৰণ কৰা ঘটনাত প্ৰকৃতিপ্ৰেমী তথা স্থানীয় লোকৰ পৰা বন বিভাগে কঠোৰ সমালোচনাৰ সন্মুখীন হ’ব লগীয়া হোৱাত যেন বিভাগটোৰ চেতনা ঘূৰি আহিছে। আজি দিনৰ ভাগত বনবিভাগৰ লোকে বালিপৰাৰ আদাবাৰী চাহ বাগিচাৰ পৰা হাতী খেদিবলৈ তোপধ্বনি কৰা দেখা গ’ল। জানিব পৰা মতে আজি বনবিভাগে বালিপৰাৰ আশে-পাশে থকা বনৰীয়া হাতীক খেদিবলৈ ব্যৱস্থা কৰে। বনৰীয়া হাতী খেদিবলৈ তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰে। তাৰ মাজতে গুলী ফুটুৱাই বনৰীয়া হাতীৰ পালটোক ভয় খুৱাবলৈও চেষ্টা কৰা দেখা গ’ল। আনহাতে World Wildlife Fund ৰ এটা সূত্ৰই জনোৱামতে যোৱা কেইটামান বছৰৰ ভিতৰত শোণিতপুৰ অঞ্চলৰ অৰণ্যাঞ্চলৰ প্ৰায় ৭০ শতাংশ ধ্বংস কৰা হৈছে, যাৰ ফলত খাদ্যৰ নাটনিত ভোগা হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে। কেৱল মানুহৰ মাজত ত্ৰাস সৃষ্টি কৰাই নহয়, হাতীৰো মৃত্যুমুখত হৈছে, হাতী-মানুহৰ সংঘাত বা ৰে’লৰ খুন্দাৰ ফলত। সচেতন ৰাইজ আৰু প্ৰকৃতিপ্ৰেমীয়ে বন বিভাগক অধিক দায়িত্বশীলভাৱে এই বিষয়টো ল’বলৈ আহ্বান জনাইছে।

Recent News

উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাতে কামৰূপত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাতে কামৰূপত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Air Force Trainer Aircraft Crash

মৰ্মান্তিক! দুৰ্ঘটনাত পতিত বায়ুসেনাৰ প্ৰশিক্ষণ বিমান, দুই পাইলট নিহত

কৰ্ণাটকৰ পিছত তেলেংগানাত শাসনত বহুৱালে কংগ্ৰেছক; কোন এইজন ‘দক্ষিণৰ পি কে’?

কৰ্ণাটকৰ পিছত তেলেংগানাত শাসনত বহুৱালে কংগ্ৰেছক; কোন এইজন ‘দক্ষিণৰ পি কে’?

Mizoram 2023 Assembly Election Result: নাটকীয় উত্থানেৰে মিজোৰামত চৰকাৰ গঠনৰ দিশে জেড পি এম! ছন্দপতন জোৰামথাংগাৰ এম এন এফৰ

Mizoram 2023 Assembly Election Result: নাটকীয় উত্থানেৰে মিজোৰামত চৰকাৰ গঠনৰ দিশে জেড পি এম! ছন্দপতন জোৰামথাংগাৰ এম এন এফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd