• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিকালী মহাবিদ্যালয়ত সাহিত্য অকাডেমিৰ বঁটা প্ৰাপকক ‘মুক্তি’ৰ বিশেষ সম্বৰ্দ্ধনা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2018 1:45 pm
MUKties Photo ìÂÿ±Í
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী উজান বজাৰস্থিত আৰ্থ-সামাজিক উন্নয়ন সংস্থা ’মুক্তি’ৰ উদ্যোগত শুকুৰবাৰে গোৱালপাৰা জিলাৰ বিকালী মহাবিদ্যালয় প্ৰেক্ষাগৃহত সদ্যঘোষিত সাহিত্য অকাদেমিৰ বঁটাপ্ৰাপকসকলৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত ’মুক্তি’ৰ সম্পাদক জয়ন্ত কুমাৰ ডেকাই জানিবলৈ দিয়া মতে গোৱালপাৰাৰ বিকালী মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত ২০১৮ বৰ্ষৰ সাহিত্য অকাদেমিৰ যুৱ সাহিত্য বঁটাপ্ৰাপক বিপাশা বৰা, সাহিত্য অকাদেমিৰ শিশু সাহিত্যৰ অসমীয়া আৰু বড়ো ভাষাৰ বঁটা লাভ কৰা সাহিত্যিক ক্ৰমে যুগললোচন দাস আৰু সীতাৰাম বসুমতাৰীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Apply Now

মহাবিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ড০ আল্পনা সৰকাৰ ডেকাই। ইয়াৰ পিছত এই উপলক্ষে ‘মুক্তি’ৰ নৱনিৰ্বাচিত কাৰ্যকৰী সভাপতি নৰেন্দ্ৰনাথ ডেকাৰ পৌৰোহিত্যত  মুকলি সভা অনুষ্ঠিত হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখক-কবি-ঔপন্যাসিক পংকজগোবিন্দ মেধিয়ে কয় যে সমাজৰ প্ৰতি দায়ৱদ্ধতা স্বীকাৰ কৰিয়েই আমি সকলোৱে জীৱন সমাপ্তিৰ অন্তত কিবা এটা দি থৈ যাব পৰাৰ মানসিকতা সৃষ্টি কৰিব লাগিব। সেয়ে মানৱ সমাজৰ মংগলৰ কাৰণেই আমি সকলোৱেই প্ৰথমতে নিজকে নিজে ভাল পাবলৈ শিকিব লাগিব। তেতিয়া নিজে নিজেই আমি সকলো সকলোৰে প্ৰতি দায়ৱদ্ধ হৈ পৰিম।

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক দেৱজিৎ বৰা, গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি ড০ ইব্বাত আলী, সম্পাদক বাণীকান্ত ৰাভা, শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক ৰাজেন্দ্ৰ বসুমতাৰীকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ মলিনা দেৱী ৰাভাই আদৰণি ভাষণ দিয়া উক্ত অনুষ্ঠানত সাহিত্য অকাদেমিৰ বঁটাপ্ৰাপকসকলৰ সৈতে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলৰ মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়। অনুষ্ঠানত নিকিতা খাকলাৰীয়ে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে।

উল্লেখ্য যে  উক্ত অনুষ্ঠানতে সাহিত্য অকাদেমিৰ বঁটাপ্ৰাপকসকলক শালবাৰী জিলা বড়ো সাহিত্য সভা আৰু বিকালী মহাবিদ্যালয়ৰ তৰফৰ পৰাও সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

June 24, 2026 5:44 pm
এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

June 24, 2026 4:57 pm
আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

June 24, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

June 24, 2026 5:44 pm
এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd