DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিয়ে বিদেশীক ৱৰ্ক পাৰ্মিট প্ৰদান কৰিবলৈ ওলোৱা সত্ত্বেও প্ৰতিবাদ হোৱা নাই কিয়? : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 3, 2018 6:34 pm
বিজেপিয়ে বিদেশীক ৱৰ্ক পাৰ্মিট প্ৰদান কৰিবলৈ ওলোৱা সত্ত্বেও প্ৰতিবাদ হোৱা নাই কিয়? : তৰুণ গগৈ

সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

94
VIEWS
Share on FacebookShare on Twitter

“বিদেশীক ৱৰ্ক পাৰ্মিট দিয়াৰ বিৰুদ্ধে অসমত যিধৰণে প্ৰতিবাদ হ’ব লাগিছিল, সেইটো হোৱা নাই। চাৰিওফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যি ধৰণে প্ৰতিবাদ হৈছে, সেই ধৰণে এই ৱৰ্ক পাৰ্মিটৰ বিৰোধিতাত প্ৰতিবাদ হোৱা দেখা নাই।”

মঙলবাৰে কইনাধৰাস্থিত বাসগৃহত এখন সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

উল্লেখযোগ্য যে কিছুদিনৰ আগত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো বিষয়ত দিল্লীত হোৱা এখন আলোচনাচক্ৰত প্ৰাক্তন গৃহ সচিব জে কে পিল্লায়ে প্ৰস্তাৱ দিছিল যে বিদেশীসকলক ৱৰ্ক পাৰ্মিট দিব লাগে।

পিল্লাইৰ মন্তব্যৰ প্ৰসংগত গগৈয়ে কয় “তেওঁ সাধাৰণ মানুহ নহয়, গৃহ বিভাগৰ প্ৰাক্তন মুখ্য সচিব।”

আনহাতে, অতলবিহাৰী বাজপেয়ীয়ে যেতিয়া বিদেশীবিলাকক ৱৰ্ক পাৰ্মিট দিয়াৰ বাবে প্ৰস্তাৱ দিছিল, তেওঁ সেই প্ৰস্তাৱত সমৰ্থন দিয়া নাছিল বুলি গগৈয়ে সংবাদমেলত জানিবলৈ দিয়ে।

তদুপৰি বিজেপি চৰকাৰে এই ক্ষেত্ৰত দুতলীয়া ভূমিকা লোৱা বুলি উল্লেখ কৰি গগৈয়ে কয় “এতিয়া বিজেপি চৰকাৰে এফালে কংগ্ৰেছে ভোটৰ আশাত বিদেশীক আশ্ৰয় দিলে বুলি কয়, আনফালে আকৌ বিদেশীক ৱৰ্ক পাৰ্মিট দিব লাগে বুলি কয়।”

তাৎপৰ্য্যপূৰ্ণভাৱে গগৈয়ে অসম গণ পৰিষদেও বিষয়টোত আওকাণ কৰিছে বুলি কটাক্ষ কৰি কয়, “অসম গণ পৰিষদেও ৱৰ্ক পাৰ্মিট দিব নালাগে বুলিতো কোৱা নাই। লগতে তেওঁলোকে বিৰোধিত কৰাও দেখা নাই।”

“ৱৰ্ক পাৰ্মিট দিয়াৰ যি প্ৰস্তাৱ আহিছে, তাৰ আমি বিৰোধিতা কৰিছো। নাগৰিকত্ব সংশোধনী বিধেয়কে যিধৰণে বিপদত পেলাব ৱৰ্ক পাৰ্মিট প্ৰদান কৰিলেও সেই একেটাই ক্ষতি হ’ব।”  গগৈয়ে সংবাদমেলত কয়।

গগৈয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ সৰ্বানন্দ সোণোৱালক  এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবৰ বাবে আহ্বান জনায়।

Recent News

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd