• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি বিধায়কৰ সৈতে গড়কাপ্তানী বিভাগৰ বৈঠক : বানপানীৰ পাছতে আৰম্ভ হ’ব পথ নিৰ্মাণৰ কাম

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 2, 2018 7:03 pm
PWD_ReviewMeeting
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বানপানীৰ পাছতেই অৰ্থাৎ অক্টোবৰ মাহৰ পৰা ৰাজ্যত আৰম্ভ হ’ব গড়কাপ্তানী বিভাগৰ অধীনৰ পথসমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম। ইয়াৰ লগতে ৰাজ্যৰ কোনো গড়কাপ্তানী পথত নাথাকিব এখনো কাঠৰ দলং। এই ঘোষণা বিত্ত স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

সোমবাৰে দিচপুৰৰ গড়কাপ্তানী বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত বিজেপিৰ বিধায়কসকলৰ সৈতে বিভাগটোৰ মন্ত্ৰী, বিষয়াৰ পৰ্যালোচনা বৈঠকৰ অন্তত এই বিষয়ে সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰী ড০ শৰ্মাই।

Apply Now

তেওঁ কয়, “২০০১ চনৰ পৰা ২০১৭ চনলৈ ৰাজ্যত নিৰ্মাণ কৰা পথসমূহ মেৰামতি কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। ইয়াৰ উপৰি কেইবাটাও নতুন গুৰুত্বপূৰ্ণ পথৰ কাম কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। বিধায়কসকলৰ পৰা এই পথসমূহৰ তালিকা লাভ কৰাৰ পাছতেই আমি প্ৰাককলন(estimate)  প্ৰস্তুত কৰি বানপানী শেষ হোৱাৰ পাছতেই কামবোৰ আৰম্ভ কৰাৰ ব্যৱস্থা ল’ম।” 

উল্লেখযোগ্য যে, এই বৈঠকতে বিধায়কসকলক অহা ১৫ জুলাইৰ ভিতৰত নিজৰ নিজৰ সমষ্টিৰ নিৰ্মাণ বা মেৰামতি কৰিবলগীয়া পথসমূহৰ তালিকা বিভাগক দাখিল কৰাৰ নিৰ্দেশ দিয়া হয় বুলিও মন্ত্ৰী ড০ হিমন্ত বিশব শৰ্মাই জানিবলৈ দিয়ে।

আনহাতে অহা ৭ জুলাইত অসম গণ পৰিষদ আৰু এই মাহৰ ভিতৰতে আন আন দলৰ বিধায়কসকলৰ লগতো এইদৰে গড়কাপ্তানী মন্ত্ৰী আৰু বিভাগটোৰ বিষয়াসকলৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি তেওঁলোকৰ সমষ্টিৰ গড়কাপ্তানী পথসমূহৰো বুজ ল’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

ৰাজ্য চৰকাৰখনে কিমান কিলোমিটাৰ পথ নিৰ্মাণ কৰিব আৰু তাৰ বাবে কিমান পুঁজি খৰচ হ’ব সেয়া এতিয়াই থিৰাং কৰা নাই বুলি জানিবলৈ দি ড০ শৰ্মাই কয় যে বিধায়কসকলে নিৰ্মাণ আৰু মেৰামতি কৰিব লগীয়া পথসমূহৰ তালিকা জমা দিয়াৰ পাছতহে কিমান কিলোমিটাৰ পথ নিৰ্মাণ কৰিব আৰু তাৰ বাবে কিমান পুঁজিৰ প্ৰয়োজন হ’ব সেয়া চৰকাৰে ধাৰ্য কৰিব।

ইপিনে, এই পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ অন্তত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ৩৩খন জিলাৰ প্ৰতিটো সমষ্টিৰ ৰাস্তা-পদূলি আধুনিক ৰূপত নিৰ্মাণ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰীয়ে কয়, “যাতায়াত আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী ৰূপত গঢ় দিয়াটো এইখন চৰকাৰৰ মূল উদ্দেশ্য। কাৰণ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী হ’লেহে অৰ্থনীতি, শিক্ষা, বাণিজ্য আদি সকলো দিশত এখন সমাজ আগবাঢ়ি যাব পাৰে।” তেওঁ লগতে কয়, “২০২০ চনৰ ভিতৰত ৰাজ্যখনৰ সকলো প্ৰধান পথ পকী কৰা হ’ব। এই ক্ষেত্ৰত বিধায়কসকলে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব।”

এই পথবোৰ নিৰ্মাণৰ ঠিকা আবণ্টনৰ বাবে এই বাৰিষাৰ ভিতৰতে নিবিদা গ্ৰহণৰ কাম সম্পূৰ্ণ হ’ব বুলিও তেওঁ কয়। ইয়াৰ উপৰি পূৰ্বৰ দৰে পথসমূহ নিৰ্মাণৰ ছমাহৰ ভিতৰতে যাতে জৰাজীৰ্ণ ৰূপ নলয়, তাৰো ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd