• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যুতৰ সমস্যা সন্দৰ্ভত শদিয়াত শক্তি মন্ত্ৰী তপন গগৈৰ গুৰুত্বপূৰ্ণ বৈঠক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 6, 2018 12:12 pm
Tapan Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দীৰ্ঘদিনীয়া বিদ্যুতৰ সমস্যাৰ সমাধানৰ উদ্দেশ্যে দেওবাৰে বিয়লি ৪ বজাত শদিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ত এখন পৰ্য্যালোচনা সভা আয়োজন কৰা হয়।

উক্ত সভাত শক্তি মন্ত্ৰী তপন গগৈয়ে শক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব পুৰু গুপ্তা, শক্তি বিভাগৰ অধক্ষ্য জিষ্ণু বৰুৱা, পাৱাৰ গ্ৰীডৰ সহকাৰী মূখ্য প্ৰবন্ধক ফৰুক শ্বেখ, লক্ষীমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ৯গৰাকী বিধায়কৰ লগতে জিলাৰ দুখনৰ অসম বৈদ্যুতিক বিতৰণ নিগমৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হয়।

Apply Now

প্ৰায় তিনি ঘন্টা যোৰা এই পৰ্য্যালোচনা বৈঠকত বহুতো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হয়। বিশেষকৈ অসমৰ প্ৰত্যেকখন চাহ বাগিচা কর্মীসকলৰ গৃহত ক্লাছটাৰ মিটাৰৰ সলনি ব্যক্তিগত মিটাৰ দিয়াৰ ব্যৱস্থা কৰা , ২০২০ চনৰ ভিতৰত অসমৰ সকলো অঞ্চলত থকা কাঠ আৰু বাঁহৰ খুটাৰ ঠাইত পকী খুটাৰ ব্যৱস্থা কৰিবলৈ শক্তি বিভাগৰ সকলো সংশ্লিষ্ট বিষয়াক নিৰ্দেশ জাৰি কৰে।

বিশেষকৈ শদিয়া অঞ্চলৰ বিদ্যুতৰ সমস্যা সন্দৰ্ভত উল্লেখ কৰি শদিয়াৰ ন তৰাণী গাঁৱৰ সমীপত নিৰ্মীয়মান শক্তি বিতৰণ কেন্দ্ৰটো ২০১৯ চনৰ মে মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নির্দেশ জাৰি কৰিছে ।

তেওঁ, বিদ্যুৎ নাটনিৰ সমস্যাৰ ওৰ পেলাবলৈ বৰ্তমান শাসকীয় চৰকাৰখনে ২৩ লাখ গৃহলৈ ২০১৮ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত বিজুলী যোগানৰ ব্যৱস্থা কৰিব বুলি ব্যক্ত কৰাৰ লগতে আগন্তুক দিনত ২৫ কোটি টকা ব্যয়ৰে বৰ্তমান ব্যৱহৃত হৈ থকা তাঁৰৰ সলনি কেবুল ব্যৱস্থা কৰা হ’ব বুলি সদৰী কৰে। ইয়াৰ উপৰি শক্তি বিভাগত আগন্তুক দিনত ৩,৮০০ টা খালি পদত নিযুক্তি দিয়া হ’ব বুলিও তেওঁ উল্লেখ কৰে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd