• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্ৰোহ ত্যাগ কৰি প্ৰাক্তন আলফা সদস্যই আদৰি লৈছে জীৱন নিৰ্বাহৰ ব্যতিক্ৰমী পথ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , March 24, 2018 5:57 pm

1 min read

Training program on Animal Husbandry
87
VIEWS
Share on FacebookShare on Twitter

এসময়ত বন্দুক লৈ সশস্ত্ৰ বিপ্লৱৰ পথ বাছি লোৱা এচাম প্ৰাক্তন আলফা সদস্যই এতিয়া পশুপালন কৰি জীৱন নিৰ্বাহৰ পথ আদৰি লৈছে।

প্ৰাক্তন আলফা ঐক্য মঞ্চ কেন্দ্ৰীয় সমিতি, অবিভক্ত শোণিতপুৰ জিলা সমিতি, বড়ো ভলেন্টাৰী ফ’ৰ্চ আৰু অসম চৰকাৰ হাঁহ কুকুৰা পশুধন নিগমৰ সহযোগত বিশ্বনাথ চাৰিআলি বীনাপাণি নাট্য সমাজ প্ৰাঙ্গণত তিনিদীনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পশুপালন সম্পৰ্কীয় প্ৰশিক্ষণ শিবিৰৰ আজি অন্তিমটো দিন অনুষ্ঠিত হয়।

প্ৰশিক্ষণ শিবিৰত বিশ্বনাথ জিলাৰ চতিয়া, বিহালী, বিশ্বনাথ আৰু গহপুৰ সমষ্টিৰ পৰা অহা প্ৰায় তিনি শতাধিক প্ৰাক্তন আলফা সদস্য আৰু অবিভক্ত শোণিতপুৰ জিলা সমিতি আৰু বড়ো ভলেন্টাৰী ফ’ৰ্চৰ সদস্যই অংশগ্ৰহণ কৰে।

উক্ত প্ৰশিক্ষণ শিবিৰটোৰ জৰিয়তে হাহঁ কুকুৰা তথা পশুধন পালনৰ ক্ষেত্রত ল’ব লগা সাৱধানতা তথা কেনেদৰে বিভিন্ন ৰোগৰ পৰা নিৰাময় পাব পাৰি সেই বিষয়ে অংশগ্ৰহণকাৰী সকলক বিশদভাৱে অৱগত কৰোৱা হয় |

বিশেষকৈ এই প্ৰশিক্ষণ লাভ কৰি যাতে অংশগ্ৰহণকাৰী সকলে পশুধন পালনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি আত্ম সংস্থাপনৰ বাট মুকলি কৰিব পাৰে তাৰে উদ্দেশ্যে যোৱা তিনিদিনীয়া কাৰ্য্যসূচীৰে উক্ত প্ৰশিক্ষণ শিবিৰটো আয়োজন কৰা হৈছিল।

আজিৰ অন্তিম দিনৰ কাৰ্যসূচী অনুযায়ী বিশ্বনাথৰ কেইবাটাও জাতীয় দল সংগঠনৰ বিষয়ববীয়া , বিশ্বনাথ সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকা দেৱকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে|

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd