• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধায়কৰ দৰমহা বৃদ্ধিৰ বাবে গঠন কৰিব দৰমহা আয়োগ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2018 7:41 am
Assembly speaker Hitendra Nath Goswami
359
VIEWS
Share on FacebookShare on Twitter

বিধানসভাৰ বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ বাবে অতি শীঘ্ৰে গঠন কৰিব দৰমহা আয়োগ। বছৰ বছৰ ধৰি বিধায়কসকলে নিজেই নিজৰ দৰমহা বৃদ্ধি কৰি আহিছিল কিন্তু বিধায়কসকলৰ প্ৰকৃততে দৰমহা কিমান হোৱা উচিত সেয়া এতিয়াৰে পৰা নিৰ্ধাৰণ কৰিব দৰমহা আয়োগে। এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষই ইতিমধ্যে তিনিজনীয়া সদস্যযুক্ত এখন দৰমহা আয়োগ গঠনৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু এই আয়োগৰ প্ৰতিবেদনৰ ভিত্তিতে নিৰ্ধাৰণ কৰা হ’ব বিধায়কসকলৰ দৰমহা।

বৃহস্পতিবাৰে অসম বিভানসভা সচিৱালয়ত অনুষ্ঠিত এখন সংবাদমেলত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে এই কথা সদৰী কৰে। বিধায়কসকলে সম্পূৰ্ণ দিনটো ৰাইজৰ কামত ব্যস্ত হৈ থাকিবলগীয়া হয় সেয়েহে বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ প্ৰয়োজন আছে।লগতে অধ্যক্ষগৰাকীয়ে কয় যে বিধানসভাৰ কিছু কৰ্মচাৰীয়ে বিধায়কসকলৰ তুলনাত অধিক দৰমহা পায় সেয়েহে বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে।

মনকৰিবলগীয়া যে কিছু কিছু ৰাইজৰ প্ৰতিনিধিয়ে বিধানসভাৰ পেঞ্চন লৈ থকাৰ উপৰি সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি সাংসদৰো পেঞ্চন লৈ থকা বিষয়টোত অধ্যক্ষগৰাকীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি কয় যে এই বিষয়ত এখন নতুন আইন প্ৰণয়ন কৰা হ’ব।

আনহাতে উক্ত সংবাদমেলতে বিধানসভাৰ আগন্তুক বাজেট অধিৱেশন সম্পৰ্কে অধ্যক্ষগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে এতিয়াৰে পৰা কোন মাহত কোনখন অধিৱেশন অনুষ্ঠিত হ’ব, সেই সকলো সন্নিৱিষ্ট কৰি এখন কেলেণ্ডাৰ প্ৰস্তত কৰা হ’ব।

ইয়াৰ উপৰি এইবাৰৰ পৰা প্ৰতিখন অধিৱেশনতে একোটা বিশেষ বিষয়ৰ ওপৰত বিস্তৃতভাবে আলোচনা কৰা হ’ব আৰু বিশেষকৈ এইবাৰৰ অধিৱেশনত শিক্ষা বিভাগৰ ওপৰত বিশদ আলোচনা কৰা হ’ব। তদুপৰি বিধায়ক পদটোক সৰ্ভগ্ৰহণযোগ্য কৰাৰ লক্ষ্যৰে বিধানসভাৰ মজিয়াত সকলো বিধায়ককে প্ৰতি মঙলবাৰে কথা কোৱাৰ সুযোগ প্ৰদান কৰিব। পোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰিবলগীয়া এঘণ্টীয়া মেম্বাৰ্ছ আৱাৰ দেশৰ সংসদীয় ইতিহাসত অসম বিধানসভাতে প্ৰথম বুলি সদৰী কৰে অধ্যক্ষ গোস্বামীয়ে।

উল্লেখ্য যে সংবাদমেলত বিধানসভাৰ অধ্যক্ষই সাংবাদিকসকলৰ সৈতে মতবিনিময়ৰ সময়ত চলিত বছৰৰ পৰা একোজনকৈ শ্ৰেষ্ঠ সাংবাদিক বাচনি কৰি বঁটা প্ৰদান কৰাৰো চিন্তা-চৰ্চা কৰিব বুলি কয়।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd