• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাঠশালাৰ মাজমজিয়াত বিধ্বস্ত কাঠৰ দলঙেৰে বিপদসংকুল যাত্ৰা ছাত্ৰ- ছাত্ৰীৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
July 1, 2018 1:56 pm
broken

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে ৰাজ্যখনৰ সকলো বাট-পথ আৰু কাঠৰ দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়তে বজালী মহকুমাৰ সদৰ পাঠশালাৰ মাজমজিয়াত এখন বিধ্বস্ত কাঠৰ দলং সম্প্ৰতি মৰণফাণ্ডত পৰিণত হৈছে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে শীঘ্ৰে কাঠৰ দলঙৰ প্ৰাককলন বিচাৰি গড়কাপ্তানি বিভাগক নিৰ্দেশ দিছে যদিও এই কাঠৰ দলঙখনক সম্প্ৰতি কোনো আঁচনিয়ে স্পৰ্শ নকৰাটো অতি পৰিতাপৰ কথা ৰূপে বিবেচিত হৈছে। মন কৰিবলগীয়া যে পাঠশালাৰ অন্যতম ব্যক্তিগত শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমিৰ সন্মুখতে এই বিধ্বস্ত কাঠৰ দলঙখন আছে। এই দলঙখনৰ ওপৰেৰে নিতৌ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বজালী মহাবিদ্যালয়, আনন্দৰাম বৰুৱা একাডেমি, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, ভট্টদেৱ জাতীয় বিদ্যালয়, পাঠশালা শিক্ষাপীঠ আদিকে ধৰি বহুকেইখন স্কুল-কলেজৰ শ-শ ছাত্ৰ-ছাত্ৰীয়ে খোজকাঢ়ি, চাইকেল, বাইক আদিৰে অহা-যোৱা কৰে। তদুপৰি সৰু-ডাঙৰ স্কুল বাছকে ধৰি বিভিন্ন যান-বাহন এই দলঙখনৰ ওপৰেৰে পাৰ হৈ যায়।

Apply Now

কিন্তু এই দলঙখন ইমানেই বিধ্বস্ত হৈ পৰিছে যে কোন সময়ত ইয়াত বিপদ সংঘটিত হ’ব পাৰে তাৰ কোনো নিশ্চয়তা নাই। এই দলঙখনৰ বহন ক্ষমতা কিমান তাকো উল্লেখ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই। বিগত সময়ছোৱাত কেইবাখনো চৰকাৰৰ কাৰ্যকাল পাৰ হ’ল যদিও এই কাঠৰ দলঙখন পকী নহ’ল।

পাটাছাৰকুছি সমষ্টিত কংগ্ৰেছ, বিজেপি, অগপকে ধৰি কেইবাজনো বিধায়ক ক্ষমতালৈ আহিল যদিও দলঙখন পকীকৰণৰ বাবে কাৰো চকুত নপৰিল। সম্প্ৰতি দলঙখনৰ দুয়োটা মূৰ বহি যোৱাৰ উপক্ৰম হৈছে। তদুপৰি বাৰিষাৰ সময়ত দলঙখনৰ পশ্চিম পথছোৱাত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধা সৃষ্টি কৰে।

এই সন্দৰ্ভত গড়কাপ্তানি বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি যিহেতু এই দলঙখন পাঠশালা নগৰৰ ভিতৰত অন্তৰ্ভূক্ত বুলি উল্লেখ কৰি ইয়াৰ দায়িত্ব পাঠশালা নগৰ সমিতিৰ বুলি কৈহে দায়িত্ব সামৰা হৈছে। ইপিনে পাঠশালাৰ নগৰ সমিতিৰ অধ্যক্ষ হিমাংশু ৰয়ে জানিবলৈ দিয়া অনুসৰি এই বিধ্বস্ত দলঙখন নিৰ্মাণৰ বাবে ইতিমধ্যে গড়কাপ্তানি বিভাগ আৰু নগৰ উন্নয়ন বিভাগক অনুৰোধ জনাই সুকীয়া সুকীয়াকৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

আনহাতে এই দলঙখন শীঘ্ৰে ভগ্ন অংশ মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰিব বুলি পাঠশালা নগৰ সমিতিৰ অধ্যক্ষ হিমাংশু ৰয়ে সদৰী কৰিছে। ইপিনে স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকা, সাংসদ চিৰাজউদ্দিন আজমল, গড়কাপ্তানি বিভাগ নাইবা পাঠশালা নগৰ সমিতিয়ে এই দলঙখন নিৰ্মাণৰ ক্ষেত্ৰত কিবা যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিব নে সেয়া পাঠশালা নগৰবাসীৰ বাবে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে।

 

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

June 24, 2026 5:44 pm
এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

June 24, 2026 4:57 pm
আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

June 24, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

June 24, 2026 5:44 pm
এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd