• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিবাহ বিচ্ছেদ বিচাৰিছে ইন্দ্ৰানী মুখাৰ্জীয়ে : স্বামী পিটাৰলৈ আইনী জাননী প্ৰেৰণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 28, 2018 9:53 am

1 min read

indrani-mukerjea-650-pti-new_650x400_71463487209
69
VIEWS
Share on FacebookShare on Twitter

কন্যা শ্বীনা বৰাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীয়ে তেওঁৰ স্বামী পিটাৰ মুখাৰ্জীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে। বাইকুলা মহিলা কাৰাগাৰাত কয়েদী হিচাপে থকা ৪৬ বছৰীয়া ইন্দ্ৰানী মুখাৰ্জীয়ে গোচৰটোৰ সহ-অভিযুক্ত তথা তেওঁৰ স্বামী পিটাৰ মুখাৰ্জীলৈ এখন আইনী জাননী প্ৰেৰণ কৰিছে।

জাননীখনত কোৱা হৈছে যে তেওঁলোকৰ বিবাহ অপৰিৱৰ্তনীয়ভাৱে ভাগি যোৱাৰ বাবে তেওঁ বিবাহ বিচ্ছেদ বিচাৰিছে। বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া যাতে আৰম্ভ কৰিব পৰা যায় তাৰ বাবে এক সৌহাৰ্দ্যমূলক বিত্তীয় মীমাংসাও বিচৰা হৈছে। অহা ৩০ এপ্ৰিলৰ ভিতৰত পিটাৰ মুখাৰ্জীৰ পৰা এই বিষয়ত জাননীখনৰ জৰিয়তে উত্তৰ বিচৰা হৈছে।

৬৪ বছৰীয়া পিটাৰ মুখাৰ্জী বৰ্তমান আৰ্থাৰ ৰোডৰ কাৰাগাৰত কাৰাবাস খাটি আছে। তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা শ্বীনা বৰাক হত্যা কৰাৰ অপৰাধত মাতৃ ইন্দ্ৰানী মুখাৰ্জীৰ সৈতে ইন্দ্ৰানীৰ স্বামী পিটাৰো অভিযুক্ত হৈছিল।

ইন্দ্ৰানী মুখাৰ্জীয়ে এজন অধিবক্তাৰ জৰিয়তে যোৱা ২৫ এপ্ৰিলত পিটাৰলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd